ETV Bharat / state

মাৰ্ঘেৰিটাত গৃহস্থৰ বাৰাণ্ডাত উদ্ধাৰ উৱলি যোৱা মৃতদেহ

author img

By

Published : Feb 5, 2021, 10:38 AM IST

মাৰৰ্ঘেৰিটাত উদ্ধাৰ হৈছে মুখাংশ উৱলি যোৱা এটা মৃতদেহ ৷ উদ্ধাৰ হোৱা ঘৰটোত প্ৰায় 15 দিন ধৰি নাছিল গৃহস্থ ৷

মাৰ্ঘেৰিটাত গৃহস্থৰ বাৰাণ্ডাত উদ্ধাৰ উৱলি যোৱা মৃতদেহ
মাৰ্ঘেৰিটাত গৃহস্থৰ বাৰাণ্ডাত উদ্ধাৰ উৱলি যোৱা মৃতদেহ

মাৰ্ঘেৰিটা, 5 ফেব্ৰুৱাৰী : মাৰৰ্ঘেৰিটাত উদ্ধাৰ হৈছে এটা উৱলি যোৱা মৃতদেহ ৷ উল্লেখ্য যে,মৃতদেহ উদ্ধাৰ হোৱা ঘৰটোত প্ৰায় 15 দিন পৰ্যন্ত গৃহস্থ নাছিল ৷ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইৰ মহেশ্বৰ বৰুৱা নামৰ ব্যক্তিজনৰ ঘৰৰ বাৰাণ্ডাত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

প্ৰায় 15 দিনৰ পাচত বৃহস্পতিবাৰে নিশা গৃহস্থ উপস্থিত হৈ প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ ইপিনে মৃতদেহটোৰ মুখাংশ সম্পূৰ্ণ উৱলি গৈছে ৷ এই ঘটনা হত্যা নে আত্মাহত্যা বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়ক:চ্যুকীক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ আহ্বান নিৰাপত্তা পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.