ETV Bharat / state

ধলাৰ কংগ্ৰেছ ভৱনত চকীদাৰৰ মৃতদেহ উদ্ধাৰ

শনিবাৰে সন্ধিয়া ধলাৰ ৰাজীৱ ভৱনত উদ্ধাৰ হয় চকীদাৰজনৰ মৃতদেহ ৷

ধলাৰ কংগ্ৰেছ ভৱনত চকীদাৰৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Jun 23, 2019, 1:45 PM IST

শদিয়া,23 জুনঃ তিনিচুকীয়া জিলাৰ ধলাৰ কংগ্ৰেছ ভৱনত চকীদাৰৰ মৃতদেহ উদ্ধাৰ ৷ মৃত চকীদাৰজনৰ নাম সঞ্জীৱ চক্ৰৱৰ্তী(50) ৷ শদিয়া সমষ্টিৰ কংগ্ৰেছৰ একমাত্ৰ ভৱনটোত শনিবাৰে সন্ধিয়া কংগ্ৰেছ কৰ্মীয়ে দেখা পাই চকীদাৰজনৰ মৃতদেহ ৷ ডিঙিত ৰচি লগাই চিপজৰী লোৱাৰ দৰে আছে যদিও সেইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ ৷ মৃতদেহটো অৰ্ধগলিত অৱস্থাত শৌচাগাৰত উদ্ধাৰ হোৱাত শোকৰ ছাঁ পৰিছে অঞ্চলটোত ৷ ধলা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে শদিয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে চকীদাৰজনৰ মৃতদেহ ৷

Intro:ধলাৰ কংগ্ৰেছ ভৱনত অঘটন, চকিদাৰৰ মৃতদেহ উদ্ধাৰ

শদিয়া : তিনিচুকীয়া জিলাৰ ধলাৰ কংগ্ৰেছ ভৱনত চকিদাৰৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃত চকিদাৰজনৰ নাম সঞ্জীৱ চক্ৰৱতী(50) ৷ শদিয়া সমষ্টিৰ কংগ্ৰেছৰ একমাত্ৰ ভৱনটোত কালি সন্ধিয়া কংগ্ৰেছ কৰ্মীয়ে দেখা পাই চকিদাৰজনৰ মৃতদেহ ৷ ডিঙিত ৰচি লগাই চিপজৰী লোৱাৰ দৰে আছে যদিও সেইয়া এক পৰিকল্পীত হত্যাকাণ্ড যেন অনুমান হয় ৷ মৃতদেহটো অৰ্ধগলিত অৱস্থাত শৌচাগাৰত উদ্ধাৰ হোৱাত শোকৰ ছাঁ পৰিছে অঞ্চলটোত ৷ ধলা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে শদিয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে চকিদাৰজনৰ মৃতদেহ ৷ Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.