ETV Bharat / state

NRC সন্দৰ্ভত ৰাজ্যজুৰি কংগ্ৰেছৰ যাত্ৰা - কংগ্ৰেছী নেতা

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ৰাজ্যজুৰি কংগ্ৰেছ দলে আৰম্ভ কৰিছে বিশেষ যাত্ৰা ৷ তিনিচুকীয়া জিলাৰ ডুমডুমাত উপস্থিত হয় কংগ্ৰেছৰ এটা প্ৰতিনিধি দল ৷

NRC সন্দৰ্ভত ৰাজ্যজুৰি কংগ্ৰেছৰ যাত্ৰা
author img

By

Published : Sep 14, 2019, 7:29 PM IST

ডুমডুমা,14 চেপ্তেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিচতে ৰাজ্যজুৰি কংগ্ৰেছ দলে আৰম্ভ কৰিছে যাত্ৰা কাৰ্যসূচী ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা লোকক সহায় কৰিবলৈ দলটোৱে এই যাত্ৰাৰ আয়োজন কৰিছে ৷

NRC সন্দৰ্ভত ৰাজ্যজুৰি কংগ্ৰেছৰ যাত্ৰা

শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰিপুন বৰা,দেবব্ৰত শইকীয়া,সাংসদ প্ৰদ্যুৎ বৰদলৈ,ৰকিবুল হুছেইন,বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিধায়ক দূৰ্গা ভূমিজৰ নেতৃত্বত এটা দল ডুমডুমাত উপস্থিত হয় ৷ ডুমডুমাত উপস্থিত হৈ ঢলা খৈৰাবাৰীত 2018 চনৰ 1 নৱেম্বৰত অজ্ঞাত আততায়ীৰ গুলীত নিহত হোৱা পাঁচগৰাকী লোকক শ্ৰদ্ধাঞ্জলি দিয়ে কংগ্ৰেছী নেতাকেইগৰাকীয়ে ৷

NRC সন্দৰ্ভত ৰাজ্যযুৰি কংগ্ৰেছৰ যাত্ৰা

ডুমডুমাত উপস্থিত হৈ দেহত শেষবিন্দু তেজ থকালৈকে NRCৰ বিৰুদ্ধে যুঁজ দি যাম বুলি কয় ৰিপুন বৰাই ৷ আনহাতে বহু লোকে NRCৰ বাবে শংকিত হৈ মৃত্যুমুখত পৰিছে ৷ বিজেপিয়ে বাঙালী মানুহৰ আবেগক লৈ ৰাজনীতি কৰিছে,অসমৰ শৰণাৰ্থী শিবিৰত সকলোতকৈ বেছি বাঙালী লোক আছে বুলি কয় প্ৰদ্যুৎ বৰদলৈয়ে ৷ 2019 চনৰ পাচত নৰেন্দ্ৰ মোডীয়ে NRCৰ নামত ৰাজনীতি কৰি আহিছে,জনসাধাৰণৰ বন্ধু কংগ্ৰেছ, বিজেপি নহয় বুলি কয় ৰকিবুল হুছেইনে ৷ আনহাতে ৰাজনৈতিক দলসমূহক NRCক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে বাঙালী ফেডাৰেশ্বনে ৷

পৰৱৰ্তী সময়ত কংগ্ৰেছী দলটোৱে ডুমডুমাৰ পৰা জাগুনলৈ ৰাওনা হয় ৷

Intro:Date: 14-09-2019

Slug: ডুমডুমাৰ ধলাত উপস্থিত কংগ্ৰেছৰ দল ।

কংগ্ৰেছৰ গাত এক টুপাল তেজ থকালৈকে NRC ৰ বিৰুদ্ধে যুজ দিম : ৰিপুন বৰা ।

V/O: NRC ৰ সন্ধৰ্ভত আজি ডুমডুমাৰ ধলাৰ খেৰবাৰীত কংগ্ৰেছৰ এটা দল উপস্থিত হ'য় । দলটোত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, বিৰুধী দলপতি দেবব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুত বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইন, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মি, ডুমডুমাৰ বিধায়ক দূৰ্গা ভূমিজ ।

ধলাৰ খেৰবাৰীত উপস্থিত হৈ কংগ্ৰেছৰ দলটোৱে ১-১১-২০১৮ তাৰিখে আততায়ীৰ গুলীত নিহত হোৱা শ্বহীদক শ্ৰধাঞ্জলী দিয়ে । উল্লেখ্য যে ২০১৮ চনৰ ১ নবেম্বৰত পাঁচজনকৈ নিৰিহ লোকক আততায়ীয়ে গুলিয়াই হত্যা কৰিছিল ।

প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই কয় যে কংগ্ৰেছৰ গাত শেষৰ এক টুপাল তেজ থকালৈকে NRC ৰ বিৰুদ্ধে যুজ দিব ।

নগাওৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কয়, বহু লোক NRC ৰ নাম নথকাৰ বাবে সংকিত হৈ মৃত্যু মুখত পৰিবলগীয়া হৈছে । তেওলোকৰ আত্ম সন্মানত আঘাত লগা কাম কৰিছে বিজেপি চৰকাৰে । বিজেপি চৰকাৰে বাঙালী মানুহৰ আবেগক লৈ ৰাজনিতি কৰিছে । অসমৰ ডিটেন্চন কেম্পত সকলোতকৈ বেছি বাঙালী লোক আছে । বঙালী লোকসকলক পাখা খেলৰ গুটি হিচাপে ব্যৱহাৰ কৰিছে । বেজ হৈ যাৰে , সাপ হৈ খুটে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

২০১৯ চনৰ পাছত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত NRC ৰ নামত ৰাজনিতিৰ খেল আৰম্ভ হৈছে । জনসাধাৰণৰ বিপদৰ বন্ধু সদায় কংগ্ৰেছ দল, বিজেপি নহয় বুলি উল্লেখ কৰে । ধলাৰ পাছতেই কংগ্ৰেছৰ দলটো জাগুনলৈ ৰাওঁনা হ'য় ।

অন্যহাতে, বাঙালী ফেডাৰচনে NRC ক লৈ কোনো দলে ৰাজনিতি নকৰিবলৈ সকিয়াই দিয়ে ।

Byte: ৰিপুন বৰা ।
Byte: প্ৰদ্যুত বৰদলৈ ।
Byte: ৰকিবুল হুচেইন ।
Byte: বাঙালী ফেডাৰেচনৰ নেতা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 14-09-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:Date: 14-09-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.