ETV Bharat / state

ডুমডুমাৰ ৰূপাই চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰসংসনীয় পদক্ষেপ

author img

By

Published : May 24, 2020, 11:12 PM IST

লক ডাউনৰ সময়চোৱাত চাহ বাগিচা সমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাত বাগিচাৰ চাহ গছ সমূহ চোৱা-চিতাৰ অভাৱত প্ৰচুৰ ক্ষতিসাধন হোৱাৰ লগতে চাহ বাগিচাত হাবি-বন গজি জংঘললৈ পৰিণত হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰে পৰা ধাৰাষাৰ বৰষুণ হোৱা স্বত্বেও বাগিচাখনৰ শ শ শ্ৰমিকে হাতে হাতে দা-কটাৰি লৈ ওলাই আহে বাগিচাত শ্ৰমদান কৰিবলৈ ।

commendable step by a tea garden workers at Doomdooma
ডুমডুমাৰ ৰূপাই চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰসংসনীয় পদক্ষেপ

ডুমডুমা,24মে': লক ডাউনৰ মাজতে ডুমডুমাৰ এখন চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰসংক্ষণীয় পদক্ষেপ ।ধাৰাষাৰ বৰষুণকো নেওচি ডুমডুমাৰ ৰূপাই চাহ বাগিচাৰ শ্ৰমিক সকল ওলাই আহি শ্ৰমদানৰ জৰিয়তে চাহ বাগিছাখনি পৰিস্কাৰ কৰে ৷ লক ডাউনৰ সময়চোৱাত চাহ বাগিচা সমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাত বাগিচাৰ চাহ গছ সমূহ চোৱা-চিতাৰ অভাৱত প্ৰচুৰ ক্ষতিসাধন হোৱাৰ লগতে চাহ বাগিচাত হাবি-বন গজি জংঘললৈ পৰিণত হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰে পৰা ধাৰাষাৰ বৰষুণ হোৱা স্বত্বেও বাগিচাখনৰ শ শ শ্ৰমিকে হাতে হাতে দা-কটাৰি লৈ ওলাই আহে বাগিচাত শ্ৰমদান কৰিবলৈ । ইপিনে পুৰুষ-মহিলা সকলো শ্ৰমিকৰ এই কাৰ্যই বাগিচা কৰ্তৃপক্ষকো উৎফুল্লিত কৰি তুলিছে । বিশেষকৈ চাহ উদ্যোগৰ সংকট কালত চাহ শ্ৰমিকৰ এনে মহানুভৱতাই উদ্যোগটোৰ প্ৰতি চাহ শ্ৰমিকৰ ভৰষা আৰু মৰম উজ্বলাই তুলিছে ৷

লগতে পঢ়কঃচৰকাৰে খবৰ লৈছেনে শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.