ETV Bharat / state

অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন

অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ উৎপাদন ৷ আনুষ্ঠানিকভাৱে এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷

Coal Field Reopening In October month 2020
অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন
author img

By

Published : Sep 13, 2020, 4:29 PM IST

তিনিচুকীয়া, 13 ছেপ্তেম্বৰ : অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব উত্তৰ পূব কয়লা ক্ষেত্ৰ ৷ আনুষ্ঠানিকভাৱে এই কথা জনালে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক খাদ্য সংশোধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

দেওবাৰে মাৰ্ঘেৰিটাৰ দিহিং গেষ্ট হাউচত জনালে এই কথা ৷ উল্লেখ যে, তিনিমাহ ধৰি ব্যাহত হৈ আছিল উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন ৷

অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন

লগতে পঢ়ক : অনিৰ্দিষ্টকাললৈ বন্ধ অসম-মিজোৰাম অভিমুখী ট্ৰাকৰ চলাচল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.