- তিনিচুকীয়াৰ পেঙেৰীত প্ৰচণ্ড গুলীয়াগুলী (Firing between security forces and militant)
- সন্দেহযুক্ত বিদ্ৰোহী সংগঠন আৰু সেনাৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ
- দুয়োপক্ষৰ গুলীয়াগুলীত আহত এজন নিৰীহ যুৱক (Civilian injured in firing)
- আহত যুৱক জন পেঙেৰী খাটাংপানীৰ অমৃত মুখীয়া বুলি জানিব পৰা গৈছে
- ভৰিত গুলীবিদ্ধ হোৱা যুৱকজনক চিকিৎসালয়ত ভৰ্তি
- বন্ধ কৰি দিয়া হৈছে ডিগবৈ-পেঙেৰী সংযোগী পথ
- বৰ্তমানেও অব্যাহত আছে গুলীয়াগুলী (Firing in Tinsukia)
- এই ঘটনাত আলফা(স্বা)জড়িত নহয় বুলি সংগঠনটোৰ সূত্ৰই প্ৰকাশ কৰিছে