ETV Bharat / state

শদিয়াৰ দুখন ভগা দলঙে জ্বলাকলা খুৱাইছে ৰাইজক - ETV BHARAT

শদিয়া হাতীগড়বাসীক এতিয়া দুখনকৈ ভগা দলঙে জ্বলাকলা খুৱাইছে ৷ শতাধিক পৰিয়ালে বসবাস কৰা গাঁওখনত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সকলোৱে এই দলঙেৰেই যাতায়ত কৰিবলগীয়া হয় ৷

দুখনকৈ ভগা দলঙে জ্বলাকলা খুৱাইছে গাঁওবাসীক
author img

By

Published : May 6, 2019, 3:23 PM IST

শদিয়া, 6 মে': শদিয়া হাতীগড় গাঁৱক ২০১৫ চনতে চৰকাৰে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিছিল যদিও ঘোষণাতে সীমাবদ্ধ থাকিল গাঁওখনৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ ৷ ১২৫নং ডুমডুমা বিধানসভা সমষ্টিৰ টঙনা গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁৱখনৰ দুইমূৰে থকা দুখন কাঠৰ ভগা দলঙেৰে যাতায়ত অব্যাহত ৰাখিছে গাঁওবাসীয়ে ৷ শতাধিক পৰিয়ালে বসবাস কৰা গাঁওখনত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সকলোৱে এই দলঙেৰেই যাতায়ত কৰিবলগীয়া হয় ৷

দুখনকৈ ভগা দলঙে জ্বলাকলা খুৱাইছে গাঁওবাসীক

প্ৰথমে বাঁহেৰে নিৰ্মাণ কৰা দলঙখন পাছত গঁঞা ৰাইজে নিজৰ টকাৰে কাঠেৰে নিৰ্মাণ কৰি লৈছিল ৷ বৰ্তমান জৰাৰ্জীণ অৱস্থাত থকা দলঙকেইখন নিৰ্বাচন আহিলেই ৰাজনৈতিক দলৰ নেতাই নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু পাছত ফুটুকাৰ ফেনত পৰিণত হয় ৷ কি দেখি চৰকাৰে গাঁওখনক আৰ্দশ গাঁও হিচাপে ঘোষণা কৰিছিল বুলি গাঁওবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে ৷

Intro:চৰকাৰে ঘোষণা কৰা আৰ্দশ গাৱঁত দুখনকৈ ভগা দলঙে জ্বলাকলা খোৱাইছে গাওঁবাসীক

শদিয়া : গাওঁখনৰ নাম হাতীগড় ৷ ২০১৫চনতে চৰকাৰে ঘোষণা কৰিছিল আৰ্দশ গাওঁ হিচাপে ৷ ঘোষণাতে সিমাবদ্ধ থাকিল গাওঁখনৰ উন্নয়নৰ সকলো স্বপ্ন ৷ ১২৫নং ডুমডুমা বিধান সভা সমষ্টিৰ টঙনা গাওঁ পঞ্চায়তৰ অন্তগত গাৱঁখনত দুইমোৰে থকা দুখন কাঠৰ ভগা দলঙেৰে যাতায়ত কৰিবলগীয়া হৈছে গাৱঁবাসী ৷ প্ৰায় শতাধিকতকৈ অধিক পৰিয়ালে বসবাস কৰা গাওঁখনত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰুগীকে ধৰি সকলোৱে দলংখনেৰেই যাতায়তৰ বাবে নিৰ্ভয় কৰিবলগীয়া হয় ৷ প্ৰথমে বাঁহেৰে নিৰ্মাণ কৰা দলঙখন পিছত গঞাৰাইজে নিজৰ টকাৰে কাঠেৰে নিৰ্মাণ কৰি লৈছিল ৷ বৰ্তমান জৰাৰ্জীণ ৰূপে থকা দলঙকেইখন নিৰ্বাচন আহিলেই ৰাজনৈতিক দলৰ নেতা সকলে ভগা দলং কেইখনৰ কথাকেই সাৰথি কৰি ভোট ভিক্ষা কৰে যদিও নিৰ্বাচন শেষ হোৱাৰ পিছতেই সকলো ফুটুকাৰ ফেনত পৰিনত হয় ৷ কি দেখি চৰকাৰে গাওঁখনক আৰ্দশ হিচাপে ঘোষণা কৰিছিল বুলি গাওঁবাসীয়ে প্ৰশ্ন কৰাৰ লগতে আৰ্দশ দলং প্ৰতিস্থা কৰি দেখাওক বুলি প্ৰত্যাহ্বান জনায় ৷Body:Byte : PublicConclusion:Mintu Talukdar
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.