তিনিচুকীয়া, ৮ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত কেইটামান দিন । নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে সকলো ৰাজনৈতিক দলৰ লগতে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনিক বিষয়ববীয়াসকল । নিৰ্বাচনলৈ লক্ষ্য ৰাখি শুকুৰবাৰে তিনিচুকীয়া জিলা প্ৰশাসনে ইলেক্ট্ৰনিক ভোটাৰ মেচিনত কেনেকৈ ভোটদান কৰিব লাগে সেই বিষয়ত হাতত লয় এক সজাগতা কাৰ্যসূচীৰ । ৬ ফেব্ৰুৱাৰী পৰা তিনিচুকীয়া জিলাৰ পাঁচটাকৈ সমষ্টিত চৰকাৰী-বিষয়া কৰ্মচাৰীয়ে ভোটাৰ ৰাইজৰ মাজত গ্ৰহণ কৰে এই সজাগতামূলক কাৰ্যসূচীৰ ।
লোকসভা নিৰ্বাচনঃ ঠায়ে ঠায়ে ইভিএমৰ প্ৰশিক্ষণ - লোকসভা নিৰ্বাচন
৬ ফেব্ৰুৱাৰী পৰাই তিনিচুকীয়া জিলাৰ পাঁচটাকৈ সমষ্টিত আৰম্ভ হৈছে প্ৰশিক্ষণ
ই ভি এমত ভোটদানৰ প্ৰশিক্ষণ
তিনিচুকীয়া, ৮ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত কেইটামান দিন । নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে সকলো ৰাজনৈতিক দলৰ লগতে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনিক বিষয়ববীয়াসকল । নিৰ্বাচনলৈ লক্ষ্য ৰাখি শুকুৰবাৰে তিনিচুকীয়া জিলা প্ৰশাসনে ইলেক্ট্ৰনিক ভোটাৰ মেচিনত কেনেকৈ ভোটদান কৰিব লাগে সেই বিষয়ত হাতত লয় এক সজাগতা কাৰ্যসূচীৰ । ৬ ফেব্ৰুৱাৰী পৰা তিনিচুকীয়া জিলাৰ পাঁচটাকৈ সমষ্টিত চৰকাৰী-বিষয়া কৰ্মচাৰীয়ে ভোটাৰ ৰাইজৰ মাজত গ্ৰহণ কৰে এই সজাগতামূলক কাৰ্যসূচীৰ ।
Intro:OC/VO:- আগন্তুক লোক সভা নিৰ্বাচনলৈ মাজত কেইটামান দিন। সংসদীয় নিৰ্বাচন ত এইবাৰ জনতাই EVM ৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰাৰ্থী নিৰ্বাচন কৰিব।নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দল,নিৰ্বাচন আয়োগ আৰু প্ৰশাসনিক ব্যৱস্থা ব্যস্ত এই পৰা পৰিলক্ষিত হৈছে। তিনিচুকীয়া জিলা প্ৰশাসনে EVM মেচিনত কেনেকৈ ভোটদান কৰিব লাগিব তাৰে সজাগতা কাৰ্যসূচী হাতত লৈছে। ৬ ফেব্ৰুৱাৰী পৰা তিনিচুকীয়া জিলাৰ পাঁচটা সমষ্টিত চৰকাৰী-বিষয়া কৰ্মচাৰীয়ে ভোটাৰ ৰাইজৰ মাজত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
Body:BYET:-চৰকাৰী বিষয়া
Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম।
Body:BYET:-চৰকাৰী বিষয়া
Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম।