ETV Bharat / state

আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ বৃহৎ সফলতা - insurgency in NE

সোমবাৰে চাংলাং জিলাৰ এক দূৰ্গম অঞ্চলত আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে উত্থাত কৰে নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ এটা চাউনী ৷ ম্যানমাৰৰ পিচত এইবাৰ আৰক্ষী আৰু আছাম ৰাইফলছে এইদৰে উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে দেশৰ ভিতৰত অভিযান আৰম্ভ কৰি সফলতা লাভ কৰিছে ৷

এন এছ চি এন চাউনী
author img

By

Published : Jun 10, 2019, 3:10 PM IST

তিনিচুকীয়া, 10 জুনঃ আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সাফল্য ৷ ম্যানমাৰ সেনাৰ পিচত এইবাৰ দেশৰ ভিতৰতে এইদৰে উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আছাম ৰাইফলছে ৷

EtvBharatAssam
এন এছ চি এন চাউনী

অৰুণাচলৰ চাংলাং জিলাৰ য়ুখী গাঁৱত থকা নগা উগ্ৰপন্থী সংগঠন NSCNৰ এটা প্ৰশিক্ষণ শিবিৰ ভাঙি দিয়ে সুৰক্ষা বাহিনীৰ যুটীয়া দলটোৱে ৷ দেওবাৰে গোপন খবৰৰ ভিত্তিত অভিযান চলাই উগ্ৰপন্থী সংগঠনটোৰ ৩০-৪০ জন কেডাৰে প্ৰশিক্ষণ ল'ব পৰা চাউনীটো এইদৰে ভাঙি দিবলৈ সক্ষম হয় ।

EtvBharatAssam
এন এছ চি এন চাউনী

উল্লেখ্যে যে, বিগত সময়ত য়ুখী গাঁৱৰ এই চাউনীৰ পৰাই এনএছচিএনে ধনদাবীকে ধৰি অপহৰণ তথা নতুন সদস্য ভৰ্ত্তি আদি কাৰ্য সম্পাদন কৰি আহিছিল ৷

BREAKING:-

অসম ৰাইফল আৰু অৰুণাচল আৰক্ষীৰ বৃহৎ সাফল্য ।

অৰুণাচলৰ চাংলাং জিলাৰ য়ুখী গাঁৱত থকা নগা উগ্ৰপন্থী সংগঠন NSCN ৰ এটা ট্ৰেইনিং কেম্প ভাঙি দিবলৈ সক্ষম হৈছে আচাম ৰাইফল আৰু অৰুণাচল আৰক্ষীয়ে ।

দেওবাৰে গোপন খৱৰৰ ভিত্তিত অভিযান চলাই উগ্ৰপন্থী সংগঠনটোৰ ৩০-৪০ জন কেডাৰে ট্ৰেইনিং লৱ পৰা কেম্পটো ভাঙি দিবলৈ সক্ষম হয় ।

বিগত সময়ত য়ুখী গাঁৱৰ এই কেম্পৰ পৰাই nscn এ চাংলাঙৰ এই কেম্পৰ পৰাই ধনদাবী অপহৰণৰ লগতে নতুন সদস্য ভৰ্ত্তি  আদিৰ দৰে কাৰ্য্য সম্পাদন কৰিছিল
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.