ETV Bharat / state

তিনিচুকীয়াৰ নতুন আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী - পূৰ্বৰ আৰক্ষী অধীক্ষক নিম্বলকৰ বৈভৱ চন্দ্ৰকান্তক বদলি

অসম আৰক্ষীত বৃহৎ সালসলনি ঘটালে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰে । পূৰ্বৰ আৰক্ষী অধীক্ষক নিম্বলকৰ বৈভৱ চন্দ্ৰকান্তক বদলি কৰি এতিয়াৰে পৰা তিনিচুকীয়া জিলাত নতুন আৰক্ষী অধীক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰিব দেৱজিৎ দেউৰীয়ে ।

assam police sp changed in tinsukia
তিনিচুকীয়াৰ নতুন আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী
author img

By

Published : May 15, 2021, 9:28 AM IST

Updated : May 15, 2021, 10:03 AM IST

তিনিচুকীয়া,১৫ মে': ৰাজ্যত ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰথমবাৰলৈ অসম আৰক্ষীত ব্যাপক ৰদবদল কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ ৩৭ গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল কৰা হৈছে বিভিন্ন জিলালৈ ৷

sp changed in Tinsukia
তিনিচুকীয়াৰ নতুন আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী

অসমৰ প্ৰায় কেইখন জিলাৰ লগতে তিনিচুকীয়া জিলাতো সলনি হ'ল আৰক্ষী অধীক্ষক । তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক নিম্বলকৰ বৈভৱ চন্দ্ৰকান্তক বদলি । বৈভৱ চন্দ্ৰকান্তক কাছাৰৰ আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে । এতিয়াৰে পৰা তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰূপে থাকিব দেৱজিৎ দেউৰী ।

লগতে পঢ়ক: বৰপেটাত তিনিজন ক’ভিড-19ত আক্ৰান্তৰ মৃত্যু

Last Updated : May 15, 2021, 10:03 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.