তিনিচুকীয়া, 28 এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰী গুটিবাৰীত ঘৰচীয়া হাতীৰ উপদ্ৰৱত ত্ৰাহি-মধূসুধন মাউটৰ ৷ পোহনীয়া হাতীটোৱে ভাঙি চূৰ-মাৰ কৰিলে ঘৰ-দুৱাৰ ৷
পোহনীয়া হাতীটোৰ মালিক বোকাপথাৰৰ কৃষ্ণ বড়া বুলি জানিব পৰা গৈছে ৷ হাতীটোৱে গিৰিণ ফুকন নামৰ লোকজনৰ ঘৰ ভাঙি চূৰ-মাৰ কৰে ৷ হাতীটোৱে ৰুদ্ৰৰূপ ধৰাত অঞ্চলটোত চাঞ্চল্য সৃষ্টি ৷ ইতিমধ্যে স্থানীয় ৰাইজে এই বিষয়ে আৰক্ষীক খবৰ দিয়ে ৷
অধিক জানিবলৈ-অষ্ট্ৰেলিয়াই হত্যা কৰিব 20 লাখ মেকুৰী, কিন্তু কিয় ?