ETV Bharat / state

অৰুণাচলত আটক এজন ধনদাবীৰ সৈতে জড়িত ব্যক্তি - Arunachal Police arrested one Criminal

খুনছাত আটক এগৰাকী ধনদাবী চক্ৰৰ সৈতে জৰিত ব্যক্তি । দীৰ্ঘদিন ধৰি নিজকে NSCN ৰ সদস্য বুলি পৰিচয় দি ধন দাবী কৰি আহিছিল মহম্মদ কৰিম খান নামৰ ব্যক্তিজনs ৷

Arunachal Police arrested one Criminal
অৰুণাচলত আটক এজন ধনদাবীৰ সৈতে জড়িত ব্যক্তি
author img

By

Published : Mar 2, 2020, 6:56 PM IST

তিনিচুকীয়া, 2 মাৰ্চ : অৰুণাচল প্ৰদেশৰ খুনছাত আটক এগৰাকী ধনদাবী চক্ৰৰ সৈতে জৰিত ব্যক্তি । গোপন খবৰৰ ভিত্তিত খুনছাৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে মহম্মদ কৰিম খান ওৰফে কালু নামৰ ব্যক্তিজনক । দীৰ্ঘদিন ধৰি নিজকে NSCN ৰ সদস্য বুলি পৰিচয় দি চৰকাৰী বিষয়া, বজাৰ কমিটিৰ সদস্য , সাধাৰণ নাগৰিকৰ পৰা ধনদাবী কৰি আহিছিল লেখাপানীৰ মহম্মদ কৰিম খান ওৰফে কালু নামৰ ব্যক্তিজনে । ব্যক্তিজনৰ পৰা আৰক্ষীয়ে নগদ ২০ হাজাৰ ৯০০ টকা, কিছু পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ, তিনিটা ম'বাইল ফোন , পাঁচখন চিম কাৰ্ড সহ বিভিন্ন সামগ্ৰী জব্দ কৰে ।

লগতে পঢ়ক :

গো-মূত্ৰৰে কেঞ্চাৰ আৰু কৰ'ণা ভাইৰাচ প্ৰতিকাৰৰ উপায় দিলে সুমন হৰিপ্ৰিয়াই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.