ETV Bharat / state

ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আইছা আৰু চি.পি.আই(এম-এল)ৰ উত্তাল প্ৰতিবাদ

বৃহস্পতিবাৰে তিনিচুকীয়াৰ থানা চাৰিআলিৰ পৰা তিনিকোণীয়ালৈ পদযাত্ৰাৰে নিখিল ভাৰত ছাত্ৰ সন্থা (আইছা) আৰু চি.পি.আই(এম-এল)ৰ প্ৰতিবাদ । শেহতীয়া ধৰ্ষণ কাণ্ড আৰু ৰাজ্যৰ SI কেলেংকাৰীৰ বিৰুদ্ধে দুয়োটা দলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

AISA and CPI(M-L) protest against rape in Tinsukia
আইছা আৰু চি.পি.আই(এম-এল)ৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Oct 8, 2020, 7:54 PM IST

তিনিচুকীয়া,8 অক্টোবৰ : দেশত সঘনাই বৃদ্ধি পোৱা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে বৃহস্পতিবাৰে তিনিচুকীয়াৰ থানা চাৰিআলিৰ পৰা তিনিকোণীয়ালৈ পদযাত্ৰাৰে নিখিল ভাৰত ছাত্ৰ সন্থা (আইছা) আৰু চি.পি.আই(এম-এল)ৰ প্ৰতিবাদ । প্ৰতিবাদত দুয়োটা দলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক তথাকথিত নিম্নবৰ্গৰ অব্ৰাহ্মণ হিন্দু,মুছলমান হত্যাকাৰী তথা সমাজ বিৰোধী,ধৰ্ষণকাৰী,নৰপিশাচ আৰু মাফিয়াহঁতৰ গুৰু আখ্যা দি তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ দাবী জনায় ৷

AISA and CPI(M-L) protest against rape in Tinsukia
আইছা আৰু চি.পি.আই(এম-এল)ৰ উত্তাল প্ৰতিবাদ

ইয়াৰোপৰি আইছাই ৰাজ্যৰ SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডক প্ৰতিবাদ জনাই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত দালাল চক্ৰৰ হাতত তুলি দিয়াৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ দাবী জনায় ।

লগতে পঢ়ক: ইউপিপিএল দলে কোনো জাতিক প্ৰতিনিধিত্ব নকৰাৰ আশ্বাস প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.