ETV Bharat / state

ডুমডুমাত আটছাৰ সংবাদমেলঃ ৯ আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন ডুমডুমা বন্ধ ঘোষণা - মুখ্যমন্ত্ৰী

ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিকেন্দ্ৰীক অনাকাংক্ষিত পৰিস্থিতি অব্যাহত আছে । ডুমডুমাৰ লগতে ইয়াৰ নিকতৱৰ্তী অঞ্চলসমূহৰ পৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যলয়খনত আসনৰ সংখ্যা একেবাৰে সীমিত ।

ডুমডুমাত আটছাৰ সংবাদমেলঃ ৯ আগষ্টৰ পৰা অনিৰ্দিষ্টকালীল ডুমডুমা বন্ধ ঘোষণা
author img

By

Published : Aug 7, 2019, 6:41 PM IST

ডুমডুমা, 7আগষ্টঃ বৃহস্পতিবাৰে ডুমডুমাত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই এক সংবাদমেল আয়োজন কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু শিক্ষামন্ত্ৰীক চৰম সকীয়নি প্ৰদান কৰে ।
মহাবিদ্যালয়খনত নামভৰ্তিৰ পৰা বঞ্চিত ৭৩২ গৰাকী শিক্ষাৰ্থীক শীঘ্ৰেই নামভৰ্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই অহা ৯ আগষ্টৰ পৰা অনিদিষ্টকালীনভাৱে ডুমডুমাৰ লগতে তালাপ, ধলা, কাকপথাৰ, ফিল'বাৰী, ডাঙৰী, হাহঁচৰা, হাপজান আদি অঞ্চল বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ।

ডুমডুমাত আটছাৰ সংবাদমেলঃ ৯ আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন ডুমডুমা বন্ধ ঘোষণা
উল্লেখযোগ্য যে, ডুমডুমা ৰাজহ চক্ৰটোৰ অন্তৰ্গত মুঠ ১১ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই বৰ্ষত ১৮১১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিল আৰু ইয়াৰে ১১৬২ গৰাকী শিক্ষাৰ্থীয়ে মহাবিদ্যালয়খনত কলা শাখাত নামভৰ্তিৰ বাবে আবেদন কৰিছিল । কিন্তু মহাবিদ্যালয়খনত বিগত বৰ্ষসমূহত স্নাতক শাখাত পুৱাৰ পাঠদানৰ ব্যৱস্থা কৰি কিছু পৰিমাণে শিক্ষাৰ্থীসকলক নামভৰ্তিৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰি আহিছিল যদিও এই বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি পুৱাৰ পাঠদান বন্ধ কৰি দিয়ে ।

Intro:Date: 07-08-2019

Slug: ডুমডুমাত আটছাৰ সংবাদমেল ।

: ৯ আগষ্টৰ পৰা অনিদিষ্টকালীল ডুমডুমা বন্ধ ঘোষণা ।

V/O: অন্ধকাৰৰ দিশে ডুমডুমাৰ ৭৩২ গৰাকী শিক্ষাৰ্থীৰ ভৱিষ্যত ।
ডুমডুমা মহাবিদ্যালয়ৰ নামভৰ্তিক কেন্দ্ৰ কৰি বৰ্তামানেও অব্যাহত আছে উতকন্ঠা । অসমৰ চাহ নগৰী ৰূপে খ্যাত বৃহত্বৰ ডুমডুমা অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয়খনত নামভৰ্তিক কেন্দ্ৰ কৰি বিগত কিছু বছৰৰ পৰা এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে । ডুমডুমাৰ লগতে ইয়াৰ নিকতৱৰ্তী অঞ্চলসমূহৰ পৰা হাইস্কুল আৰু উচ্চ মাধ্যমিক চুড়ান্ত পৰিক্ষাত উত্তিৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যলয়খনত আসনৰ সংখ্যা একেবাৰে সিমিত । যাৰ পৰিপেক্ষিতত হাইস্কুল আৰু উচ্চ মাধ্যমিক চুড়ান্ত পৰিক্ষাত উত্তিৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হৈ আহিছে । এই বিষয়ে অঞ্চলটোৰ কেইবাটাও ছাত্ৰ সংগঠনে ২৬ জুন তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাত কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীক তাতক্ষণিক ভাৱে নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি প্ৰজন্ত একো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

বৃহস্পতিবাৰে ডুমডুমাত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই এক সংবাদমেল আয়োজন কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু শিক্ষা মন্ত্ৰীক চৰম সকিয়নি প্ৰদান কৰে ।
মহাবিদ্যালয়খনত নামভৰ্তিৰ পৰা বঞ্চিত ৭৩২ গৰাকী শিক্ষাৰ্থীক শীঘ্ৰেই নামভৰ্তিৰ ব্যৱস্থা নকৰাৰ প্ৰতিবাদত অহা ৯ আগষ্টৰ পৰা অনিদিষ্টকালীনভাৱে ডুমডুমাৰ লগতে তালাপ, ধলা, কাকপথাৰ, ফিল'বাৰী, ডাঙৰী, হাহঁচৰা, হাপজান আদি অঞ্চল বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।

উল্লেখযোগ্য যে, ডুমডুমা ৰাজহ চক্ৰটোৰ অন্তৰ্গত মুঠ ১১ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই বৰ্ষত ১৮১১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিল আৰু ইয়াৰে ১১৬২ গৰাকী শিক্ষাৰ্থীয়ে মহাবিদ্যালয়খনত কলা শাখাত নামভৰ্তিৰ বাবে আবেদন কৰিছিল । কিন্তু মহাবিদ্যালয়খনত বিগত বৰ্ষসমূহত স্নাতক শাখাত পুৱাৰ পাঠদানৰ ব্যৱস্থা কৰি কিছু পৰিমানে শিক্ষাৰ্থীসকলক নামভৰ্তিৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰি আহিছিল যদিও এই বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি পুৱাৰ পাঠদান বন্ধ কৰি দিয়ে । ফলত মহাবিদ্যালয়খনৰ কলা শাখাৰ ৩০০ আসনতহে নামভৰ্তিৰ সুযোগ পোৱাত অন্য ৭৩২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা গ্ৰহণৰ সপোন ঠমকি ৰৈছে ।

Byte: আটছা নেতা ।

১) ফটো: মুখ্যমন্ত্ৰীৰ সৈতে ২৬ জুন তাৰিখে অনুষ্টিত আলোচনা ।

২) ফটো: মুখ্যমন্ত্ৰীক ২৬ জুন তাৰিখে প্ৰদান কৰা স্মাৰক পত্ৰ ।Body:Date: 07-08-2019

২) ফটো: মুখ্যমন্ত্ৰীক ২৬ জুন তাৰিখে প্ৰদান কৰা স্মাৰক পত্ৰ ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.