ডুমডুমা,2 জুলাই: ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসভাই বুধবাৰে অনুষ্ঠিত হোৱা এক বৈঠকত উদ্যোগ স্থাপনৰ অজুহাতত খিলঞ্জীয়া মানুহৰ পৰা কৃষি ভূমি কাঢ়ি ভূমি নীতি ২০২০ প্ৰণয়ন কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰে ৷ চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰোধিতাৰে বৃহস্পতিবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ ডুমডুমাতো আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ভূমি নীতিৰ প্ৰতিলিপি দাহনেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷
লগতে চাওকঃ কৰ’ণা আতংকৰ গ্ৰাসত নলবাৰী