ETV Bharat / state

ডুমডুমাত আছুৱে দাহ কৰিলে ভূমিনীতি ২০২০ ৰ প্ৰতিলিপি

author img

By

Published : Jul 2, 2020, 2:00 PM IST

বৃহস্পতিবাৰে ৰাজ্যজুৰি খিলঞ্জীয়া বিৰোধী ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ বুধবাৰে অসম চৰকাৰৰ কেবিনেটে এক বৈঠকত ভূমি নীতি ২০২০ প্ৰণয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

AASU Protest against impliment of land laws 2020 dumduma tinsukia assam etv bharat news
ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ

ডুমডুমা,2 জুলাই: ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসভাই বুধবাৰে অনুষ্ঠিত হোৱা এক বৈঠকত উদ্যোগ স্থাপনৰ অজুহাতত খিলঞ্জীয়া মানুহৰ পৰা কৃষি ভূমি কাঢ়ি ভূমি নীতি ২০২০ প্ৰণয়ন কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰে ৷ চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰোধিতাৰে বৃহস্পতিবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ ডুমডুমাতো আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ভূমি নীতিৰ প্ৰতিলিপি দাহনেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

আছুৱে দাহ কৰিলে ভূমিনীতি ২০২০ ৰ প্ৰতিলিপি

লগতে চাওকঃ কৰ’ণা আতংকৰ গ্ৰাসত নলবাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.