ETV Bharat / state

মূল্যবৃদ্ধিৰ হ্ৰাস কৰাৰ দাবীত মাকুমত আছুৰ প্ৰতিবাদ

author img

By

Published : Nov 7, 2020, 7:46 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত আছু প্ৰতিবাদ ৷ বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ আদি শ্লগানেৰে প্ৰতিবাদ সাব্যস্থ কৰিলে মাকুম আঞ্চলিক ছাত্ৰ সন্থাই ৷

A_801to803_aasu protest_AS10027
মূল্যবৃদ্ধিৰ হ্ৰাস কৰাৰ দাবীত মাকুমত আছুৰ প্ৰতিবাদ

তিনিচুকীয়া, 7 নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জলা-ক'লা খোৱাইছে সাধাৰণ ৰাইজক ৷ যাৰ পৰিপেক্ষিতত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ হ্ৰাস কৰাৰ দাবীত আছুৱে শনিবাৰে মাকুমত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মাকুম আঞ্চলিক ছাত্ৰ সন্থাই মাকুমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বিক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্থ কৰে । সংগঠনৰ বিষয়-ববীয়া আৰু সদস্যসকলে বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্লগানেৰে সমগ্ৰ প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ৷

লগতে পঢ়কঃ পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে আজমলৰ প্ৰতিমূৰ্তি দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.