ETV Bharat / state

চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ ঠিকাভিত্তিক টেট শিক্ষকৰ

হাটশিঙিমাৰীত ঠিকাভিত্তিক টেট শিক্ষক সকলৰ প্ৰতিবাদ

চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ ঠিকাভিত্তিক টেট শিক্ষকৰ
author img

By

Published : Mar 7, 2019, 9:50 PM IST

নিউজ ডেস্ক, 7 মাৰ্চ, হাটশিঙিমাৰী : সমগ্ৰ ৰাজ্যেৰ লগতে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত ঠিকাভিত্তিক টেট শিক্ষক সকলৰ প্ৰতিবাদ ৷ চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ ঠিকাভিত্তিক টেট শিক্ষকসকলৰ ৷ তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী উলিয়াই মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে জিলা উপায়ুক্তৰ জৰিয়তে ।

চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ ঠিকাভিত্তিক টেট শিক্ষকৰ

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ প্ৰায় ডেৰ শতাধিক ঠিকাভিত্তিক টেট বৃহস্পতি বাৰে দুপৰীয়া প্ৰায় এক বজাত এইদৰে এক প্ৰতিবাদী কাৰ্যসূচী ওলায়। বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি জিলা উপায়ুক্তৰ কাৰ্য্যলয় ঘেৰাও কৰে শিক্ষকসকলে । বিনা চৰ্তে চাকৰি নিয়মীয়া কৰাৰ লগতে শিক্ষক সকলৰ সমস্যা সমাধানৰ দাবী জনায় এই স্মাৰক পত্ৰৰ জৰিয়তে ।

TET teachers protest in Hatsingimari

noname.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.