ETV Bharat / state

তেজপুৰত দুদিনীয়া মহিলা সবলীকৰণ কৰ্মশালা - Women empowerment workshop at Tezpur

এই কৰ্মশালাত অসম সমাজ কল্যাণ বৰ্ডৰ অধ্যক্ষা কৃষ্ণা দাসৰ লগতে সচিব চি.আৰ.পাৱে আৰু অধ্যাপিকা ডঃ নাবাণীতা মেধি উপস্থিত থাকে ৷

Tezpur
তেজপুৰত দুদিনীয়া মহিলা সৱলীকৰণ কৰ্মশালা
author img

By

Published : Nov 26, 2019, 11:54 PM IST

তেজপুৰ , 26 নৱেম্বৰঃ মঙলবাৰে তেজপুৰত মহিলাক পুৰুষৰ সমান্তৰাল ভাৱে কৰ্মদক্ষ কৰি তোলাৰ উদ্দেশ্যে দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ ভাৰত চৰকাৰৰ শিশু মহিলা উন্নয়ন প্ৰাধিকৰণে অসম সমাজ কল্যাণ বৰ্ডৰ জৰিয়তে এই কৰ্মশালা অনুষ্ঠিত কৰে ৷

তেজপুৰত দুদিনীয়া মহিলা সৱলীকৰণ কৰ্মশালা
কৰ্মশালাখনত অসম সমাজ কল্যাণ বৰ্ডৰ অধ্যক্ষা কৃষ্ণা দাস উপস্থিত থাকি কয় যে পুৰুষৰ সমান্তৰাল ভাৱে মহিলা সকলকো যাতে বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিব পাৰি তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি সমূহ আঁচনি গ্ৰহণ কৰিছে সেই সমূহ যথাযথ ভাৱে ৰূপায়ণৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ সমাজ কল্যাণ বৰ্ডে বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৷ লগতে তেওঁ কয় যে অসমৰ গ্ৰামাঞ্চল সমূহত এতিয়াও মহিলাসকলক বহু ক্ষেত্ৰত দুৰ্বল হিচাপে গণ্য কৰা হয়। উল্লেখ্য যে এই কৰ্মশালাত অসম সমাজ কল্যাণ বৰ্ডৰ অধ্যক্ষা কৃষ্ণা দাসৰ লগতে সচিব চি.আৰ.পাৱে আৰু অধ্যাপিকা ডঃ নাবাণীতা মেধি উপস্থিত থাকে ৷

লগতে পঢ়কঃনগাঁও আৰক্ষীৰ সফলতা : বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আটক ডকাইতৰ দল

Intro:তেজপুৰ,২৬নৱেম্বৰ : পুৰুষৰ সমান্তৰাল ভাৱে মহিলাসকলকো যাতে বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিব পাৰি তাৰবাবে কেন্দ্ৰীয় চৰকাৰে যি সমূহ আঁচনি লৈছে সেইসমূহ যথাযথ ভাবে ৰূপায়ণৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ সমাজ কল্যাণ বৰ্ডে বিশেষ ভূমিকা গ্ৰহণ কৰিছে ।

Body:অসমৰ গ্ৰামাঞ্চল সমূহত এতিয়াও মহিলাসকলক বহু ক্ষেত্ৰত দুৰ্বল হিচাবে গণ্য কৰা হয় । কিন্তু বহুক্ষেত্ৰত গ্ৰামাঞ্চলৰ মহিলাসকলে আনৰ তুলনাত যথেষ্ঠ কষ্ট কৰিব
পাৰে আৰু সেই বাবেই ভাৰত চৰকাৰৰ শিশু মহিলা উন্নয়ন প্ৰাধিকৰণ এ অসম সমাজ কল্যান বৰ্ডৰ জৰিয়তে সেইসকল মহিলাক পুৰুষৰ সমান্তৰাল ভাৱে কৰ্মদক্ষ কৰি তোলাৰ উদ্দেশ্যে আজিৰে পৰা দুদিনীয়া কৰ্মশালা তেজপুৰত কৰিছে ।
Bite: কৃষ্ণা দাস , অসম সমাজ কল্যান বৰ্ডৰ অধ্যক্ষা

অনুষ্ঠানত অসম সমাজ কল্যান বৰ্ডৰ অধ্যক্ষা কৃষ্ণা দাস, সচিব চি.আৰ. পাৱে, অধ্যাপিকা ডঃ নাবাণীতা মেধি উপস্থিত থাকে ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.