ETV Bharat / state

তেজপুৰত জব্দ নীতি বৰ্হিভূত ভাবে কঢ়িয়াই অনা ম’হ - ম’হ

চাৰিখন গাড়ীত হোজাই আৰু লাওখোৱালৈ অবৈধভাৱে 12 টাকৈ ম'হ কঢ়িয়াই নিছিল দুৰ্বৃত্তই৷ তেজপুৰ বেবেজীয়া আৰক্ষীৰ অভিযানত জব্দ হ'ল নীতি বৰ্হিভূত ভাবে কঢ়িয়াই অনা ম’হ৷

তেজপুৰত জব্দ নীতি বৰ্হিভূত ভাবে কঢ়িয়াই অনা ম’হ
author img

By

Published : Aug 28, 2019, 3:45 PM IST

তেজপুৰ,২৮ আগষ্টঃ তেজপুৰ বেবেজীয়া আৰক্ষীৰ অভিযানত জব্দ হ'ল নীতি বৰ্হিভূত ভাবে কঢ়িয়াই অনা ম’হ ৷ চাৰিখন গাড়ীত হোজাই আৰু লাওখোৱালৈ অবৈধভাৱে কঢ়িয়াই নিয়া হৈছিল ১২ টাকৈ ম'হ ৷ উল্লেখ্য যে, পৰ্বতীয়া আৰু বেচেৰীয়াৰ খুটিৰ পৰা এজন মধ্যভূগীৰ জৰিয়তে সৰবৰাহ কৰা হৈছিল এই ম'হ ৷ লাওখোৱা আৰু হোজাইৰ একাংশ ব্যৱসায়ীয়ে চালান নোহোৱাকৈ অতি কৌশলৰে ম'হকেইটা নি থকা অৱস্থাতে স্থানীয় ৰাইজে হাতে-লোটে ধৰা পেলাই বেবেজীয়া আৰক্ষীক গতাই দিয়ে ৷

তেজপুৰত জব্দ নীতি বৰ্হিভূত ভাবে কঢ়িয়াই অনা ম’হ

আনহাতে কিছুদিন পূৰ্বে গৰু কঢ়িয়াই নিয়া চাৰিখনকৈ বাহন ৰাইজে জব্দ কৰি বেবেজিয়া আৰক্ষীক গতাই দিছিল যদিও নিশাৰ ভিতৰতে অন্তৰ্ধান হৈছিল গৰু ভৰ্তি বাহন কেইখন ৷

Intro:তেজপুৰ,২৮ আগষ্ট: তেজপুৰ বেবেজীয়া আৰক্ষীয়ে জব্দ কৰিলে ৪ খন গাৰীত নীতি বৰ্হিভূত ভাবে কঢ়িয়াই অনা ম’হ৷ ১২ টাকৈ মহ কঢ়িয়াই নিছিল হোজাই , আৰু লাওখোৱা লৈ ৷
Body:এই গাভিনী ম'হ কেইজনী পৰ্বতীয়া আৰু বেচেৰীয়াৰ খুটিৰ পৰা এজন মধ্যভুগিৰ জৰিয়তে সৰবৰাহ কৰিছিল ৷
লাওখোৱা আৰু হোজাইৰ একাংশ ব্যৱসায়ীয়ে চালান নোহোৱাকৈ অতি কৌশলৰে নিশাৰ ভাগত নীতি বহীভূত ভাবে (Cattle Permit) নোহোৱা বাহনৰে কঢ়িয়াই নি থকা অৱস্থাত স্থানীয় ৰাইজে হাতেলোতে ধৰি বেবেজীয়া আৰক্ষীক গতাই দিয়ে ৷
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গৰু কঢ়িয়াই নিয়া চাৰিখন কৈ বাহন ৰাইজে ধৰি বেবেজিয়া আৰক্ষীক গতাই দিছিল যদিও নিশাৰ ভিতৰতে অন্তৰ্ধান হৈছিল গৰু ভৰ্তি বাহন কেইখন ৷
Conclusion:ৰাজ্যত চোৰাংভাবে গৰু সৰবৰাহ হৈ থকা সময়তে এইবাৰ ম'হ সৰবৰাহ কৰা কাৰ্যত বিপদত পৰিছে খুটিৰ লোক সকলে ৷

Pranab kumar Das
Tezpur
28/8/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.