তেজপুৰ, ২২অক্টোবৰ: তেজপুৰ আইন মহাবিদ্যালয়ত আয়কৰ বিভাগৰ অভিযান মঙলবাৰে। ২০১৬ চনৰ পৰা টি ডি এছ জমা নিদিয়াৰ অভিযোগ উত্থাপন পূৰ্বৰ অধ্যক্ষ ডঃ ভুৱন চন্দ্ৰ বৰুৱাৰ বিৰুদ্ধে। মঙলবাৰে তেজপুৰৰ আয় কৰ বিভাগৰ কাৰ্যালয়ত আয় কৰ বিভাগৰ বিষয়া নাৰায়ণ চন্দ্ৰ দাসে তেজপুৰ আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দুলুমণি নাথ আৰু হিচাপৰক্ষক অনুৰাগ হাজৰিকাক মাৰাথান জেৰা চলায়। আয়কৰ বিভাগৰ বিষয়াগৰাকীয়ে জেৰা কৰি সম্পূৰ্ণ তথ্য আৰু হিচাপ লৈ কয় যে,আইন মহাবিদ্যালয়খনৰ ধন জমা কৰে অধ্যক্ষ বৰুৱাৰ আত্মীয়ৰ নামত। লগতে হিচাপ নিদিয়াকৈ কলেজৰ পুঁজিৰ অপব্যৱহাৰ কৰি আহিছে।
তেজপুৰ আইন মহাবিদ্যালয়ত আয়কৰ বিভাগৰ অভিযান - তেজপুৰ আইন মহাবিদ্যালয়ত আয় কৰ বিভাগৰ অভিযান
তেজপুৰৰ আয়কৰ বিভাগৰ কাৰ্যালয়ত আয় কৰ বিভাগৰ বিষয়া নাৰায়ণ চন্দ্ৰ দাসৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দুলুমণি নাথ আৰু হিচাপৰক্ষক অনুৰাগ হাজৰিকাক মাৰাথন জেৰা
তেজপুৰ, ২২অক্টোবৰ: তেজপুৰ আইন মহাবিদ্যালয়ত আয়কৰ বিভাগৰ অভিযান মঙলবাৰে। ২০১৬ চনৰ পৰা টি ডি এছ জমা নিদিয়াৰ অভিযোগ উত্থাপন পূৰ্বৰ অধ্যক্ষ ডঃ ভুৱন চন্দ্ৰ বৰুৱাৰ বিৰুদ্ধে। মঙলবাৰে তেজপুৰৰ আয় কৰ বিভাগৰ কাৰ্যালয়ত আয় কৰ বিভাগৰ বিষয়া নাৰায়ণ চন্দ্ৰ দাসে তেজপুৰ আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দুলুমণি নাথ আৰু হিচাপৰক্ষক অনুৰাগ হাজৰিকাক মাৰাথান জেৰা চলায়। আয়কৰ বিভাগৰ বিষয়াগৰাকীয়ে জেৰা কৰি সম্পূৰ্ণ তথ্য আৰু হিচাপ লৈ কয় যে,আইন মহাবিদ্যালয়খনৰ ধন জমা কৰে অধ্যক্ষ বৰুৱাৰ আত্মীয়ৰ নামত। লগতে হিচাপ নিদিয়াকৈ কলেজৰ পুঁজিৰ অপব্যৱহাৰ কৰি আহিছে।
তেজপুৰৰ আয় কৰ বিভাগৰ কাৰ্য্যালয়ত মাৰাথান জেৰা ভাৰপ্ৰাপ্ত অধক্ষ দুলুমণি নাথ আৰু হিচাবৰক্ষক অনুৰাগ হাজৰিকাক ।
Body:আইন মহাবিদ্যালয় ধন জমা কৰে অধ্যক্ষ বৰুৱাৰ আত্মীয় ৰ নামত । হিচাব নিদিয়াকৈ কলেজৰ পুজিৰ অপব্যৱ্হাৰ ।
আয় কৰ বিভাগৰ বিষয়া নাৰায়ণ চন্দ্ৰ দাসে জেৰা কৰে আৰু সম্পূৰ্ণ তথ্য হিচাব লৈ এইদৰে কয় ।
বিতে: নাৰায়ণ চন্দ্ৰ দাস, আয়কৰ বিভাগৰ বিষয়া
Bite: দুলুমণি নাথ ভাৰপ্ৰাপ্ত অধ্যক্ষ ।
বৰ্তমান অধ্যক্ষ ডঃ ভুৱন চন্দ্ৰ বৰুৱা লিয়েনত গুৱাহাটীৰ এন,ই এফ আইন মহাবিদ্যালয়ত অতিৰিক্ত ভাবে অধ্যক্ষৰ দায়িত্ব ত আছে ।
Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২২/১০/১৯