ETV Bharat / state

তেজপুৰ জাহাজঘাটত দেৱী বিসৰ্জনৰ কাৰ্যসূচী আৰম্ভ

author img

By

Published : Oct 26, 2020, 1:05 PM IST

তেজপুৰত আৰম্ভ দেৱীৰ বিসৰ্জনৰ কাৰ্যসূচী ৷ সম্পূৰ্ণ কোভিড প্ৰট’কল মানি কমিটিসমূহে কৰিছে দেৱী বিসৰ্জন ৷ অশ্ৰুসিক্ত নয়নেৰে দেৱীক বিসৰ্জন দিলে ভক্তই ৷

Tezpur jahajghat ready for dasera assam etv bharat news
জাহাজঘাটত দেৱী বিসৰ্জন

তেজপুৰ,26 অক্টোবৰ: তেজপুৰ জাহাজ ঘাটত ইতিমধ্যে আৰম্ভ হৈছে দেৱী দুৰ্গাৰ বিসৰ্জনৰ কাৰ্যসূচী ৷ সম্পূৰ্ণৰূপে কোভিড প্ৰট’কল মানি পূজা কমিটীসমূহে ঘাটত বিসৰ্জনৰ বাবে আগবাঢ়ে । তেজপুৰত এইবেলি প্ৰায় 51 খন পূজা অনুষ্ঠিত হৈছিল ৷

বিসৰ্জন কাৰ্যসূচীত ভক্তৰ অংশগ্ৰহণ

প্ৰতিখন পূজা কমিটীয়ে চৰকাৰী নীতি-নিৰ্দেশনা মানি সোমবাৰে বিসৰ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা গৈছে ৷ এই কাৰ্যসূচীৰ বাবে সষ্টম হৈ পৰিছে নদী আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনী ৷

জাহাজঘাটত দেৱী বিসৰ্জন

উল্লেখ্য যে, তেজপুৰ চহৰৰ 158 বছৰীয়া মুখাৰ্জীবাৰীৰ দুৰ্গা পূজা পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি পালন কৰা হৈছে ৷ প্ৰতিকূল বতৰ আৰু কোভিড 19 ৰ সংক্ৰমণৰ পিছতো ৰাজ্যবাসীৰ লগতে তেজপুৰবাসীয়ে বিজয়া দশমীৰ বিসৰ্জন কাৰ্যসূচীত উলহ-মালহেৰে অংশগ্ৰহণ কৰে ৷

লগতে চাওকঃ মৰাণত দেৱীৰ আশীষ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.