ETV Bharat / state

কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষণ সভাত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Feb 8, 2021, 3:48 PM IST

দেওবাৰে নিশা তেজপুৰত কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষণ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ দলীয় টিকটক কেন্দ্ৰ কৰি হোৱা আলোচনাৰ মাজতে সৃষ্টি হয় সংঘাত ৷

As_Tezpur_congress-meeting-chaotic-situation_img_7203907
তেজপুৰত কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষণ সভাত উত্তপ্ত পৰিস্থিতি

তেজপুৰ,8 ফেব্ৰুৱাৰী: দেওবাৰে নিশা তেজপুৰত কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষণ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ তেজপুৰৰ তৰুণ সংঘত অনুষ্ঠিত দলটোৰ নিৰ্বাচনী পৰ্যবেক্ষণ সভাত দলীয় কৰ্মীৰ মাজতে সৃষ্টি হয় সংঘাতৰ ৷ দলীয় টিকট প্ৰদানক কেন্দ্ৰ কৰি হোৱা আলোচনাৰ মাজতে কংগ্ৰেছৰ নিখিল ভাৰত কংগ্ৰেছৰ কমিটিৰ সম্পাদক তথা নিৰ্বাচনী পৰ্যবেক্ষক আদিত্য শৰ্মাৰ উপস্থিতিত কোনো বিষয়ত মতানৈক্য ঘটি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত তেজপুৰ আৰক্ষীৰ উপস্থিতিতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় ৷

লগতে পঢ়ক-বিদ্যুৎ সংযোগঃ অনলাইনযোগে কামৰ ব্যৱস্থা কৰিব শক্তি বিভাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.