ETV Bharat / state

প্ৰেমিকাৰ অশ্লীল ফটো ভাইৰেল কৰি আটক যুৱক

author img

By

Published : Mar 16, 2020, 1:51 PM IST

তেজপুৰত প্ৰেমিকাৰ অশ্লীল ফটো ভাইৰেল কৰি ৰঙাঘৰৰ আলহী যুৱক ৷ আটকাধীন যুৱকজন তেজপুৰৰ দেউৰী গাঁৱৰ ত্ৰৈলোক্য দাস বুলি চিনাক্ত কৰা হৈছে ৷

Tezpur boy arrest for sharing inappropriate image of a girl
প্ৰেমিকাৰ অশ্লীল ফটো ভাইৰেল কৰি আটক যুৱক

তেজপুৰ,16 মাৰ্চঃ তেজপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ প্ৰেমিকাৰ অশ্লীল ফটো ভাইৰেল কৰি আটক যুৱক ৷ আটকাধীন যুৱকজন তেজপুৰৰ দেউৰী গাঁৱৰ ত্ৰৈলোক্য দাস বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে,সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে তেজপুৰ আৰক্ষী থানাত এজাহাৰ ৰুজু কৰিছে ৷ যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিতেই তেজপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/৫০৬ধাৰাত এক গোচৰ পঞ্জীয়নভুক্ত কৰি অভিযুক্ত ত্ৰৈলোক্য দাসক আটক কৰিছে ৷

লগতে পঢ়ক-তেজপুৰ আদালত চৌহদত বিনা কাৰণত প্ৰৱেশ নিষিদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.