ETV Bharat / state

তেজপুৰত জব্দ ধঁপাত সৰবৰাহ কৰা বাহন - AS 12E 9030 নম্বৰৰ

লক ডাউনৰ সুযোগ গ্ৰহণ কৰি অসাধু চক্ৰই চলাই আহিছে চোৰাং ব্যৱসায়,জব্দ প্ৰায় 1 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী ৷

tazpur illigal narcotics bussiances duringlock down
তেজপুৰত জব্দ ধঁপাত সৰবৰাহ কৰা বাহন
author img

By

Published : Apr 23, 2020, 5:10 PM IST

তেজপুৰ,২৩ এপ্ৰিল: লক ডাউনৰ সময়তে তেজপুৰত অত্যাৱশ্যকীয় সেৱাৰ নামত একাংশই চলাই আহিছে চোৰাং ব্যৱসায় । গৰুৰ দানা কঢ়িওৱাৰ অনুমতি লৈ সৰবৰাহ কৰে নিষিদ্ধ ঘোষণা কৰা ধঁপাত আৰু গোটখা জাতীয় সামগ্ৰী । তেজপুৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় AS-12E-9030 নম্বৰৰ এখন পিক আপ ভান ।

তেজপুৰত জব্দ ধঁপাত সৰবৰাহ কৰা বাহন

অবৈধ নিচাযুক্ত দ্ৰব্য লৈ উক্ত বাহনখনে কন্যকাৰ পশু খাদ্য কঢ়িওৱাৰ বাবে অনুমতি লাভ কৰিছিল । গাড়ী চালক ফৰুক আব্দুল্লা আৰু নিচাযুক্ত দ্ৰব্যৰ চোৰাং ব্যৱসায়ী চাদ্দাম শেখক তেজপুৰৰ দোলাবাৰীৰ পৰা প্ৰায় ১ লাখ টকাৰ মূল্যৰ ধঁপাত সৰবৰাহ কৰোতেই আৰক্ষীৰ তালাচীত ধৰা পৰে । সম্প্ৰতি গাড়ীখন আৰক্ষীয়ে জব্দ কৰিছে আৰু আৰু বিষয়টো সন্দৰ্ভত কন্যকাৰ ফালৰ পৰাও এক গোচৰ ৰুজু কৰিছে আৰক্ষী থানাত ৷

লগতে পঢকঃ যোৰহাটত ই পাছ বাধ্যতামূলক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.