ETV Bharat / state

জনশূন্য ৰাষ্ট্ৰীয় ঘাইপথ 37(A) কলীয়া ভোমোৰা দলং সংযোগী পথ

author img

By

Published : Mar 31, 2020, 9:53 AM IST

Updated : Mar 31, 2020, 10:30 AM IST

২৪ মাৰ্চৰ পৰা আহ্বান জনোৱা সমগ্ৰ দেশৰ লক ডাউনৰ আজি সপ্তমটো দিন । ব্ৰহ্মপুত্ৰ নদীত দৈনন্দিন মাছ মাৰি জীৱিকা নিৰ্বাহ কৰা এচাম লোক এতিয়া স্তব্ধ হৈ পৰিছে ।

জনশূন্য ৰাষ্ট্ৰীয় ঘাইপথ 37(A) কলীয়া ভোমোৰা দলং সংযোগী পথ
জনশূন্য ৰাষ্ট্ৰীয় ঘাইপথ 37(A) কলীয়া ভোমোৰা দলং সংযোগী পথ

তেজপুৰ,৩১ মাৰ্চ : এক জনশূন্য ৰাষ্ট্ৰীয় ঘাই পথ 37(A) । মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সংযোগী অসমৰ কেইবাখনো জিলাৰ লগতে পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানীকে ধৰি সমগ্ৰ ৰাজ্য খনৰ যোগাযোগৰ প্ৰথম দলং কলীয়া ভোমোৰা দলঙৰ দৃশ্য এইয়া মঙলবাৰে পুৱা ৭ বজাৰ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে যোৱা ২৪ মাৰ্চৰ পৰা আহ্বান জনোৱা সমগ্ৰ দেশৰ লক ডাউনৰ আজি সপ্তমটো দিন । ব্ৰহ্মপুত্ৰ নদীত দৈনন্দিন মাছ মাৰি জীৱিকা নিৰ্বাহ কৰা এচাম লোক এতিয়া স্তব্ধ হৈ পৰিছে । নদীৰ পাৰত পৰি ৰৈছে কেইবাখনো মাছমৰীয়াৰ নাও। দিনে নিশাই নদী আৰক্ষীয়ে তহল দিয়া পৰিলক্ষিত হৈছে । যান বাহনৰ চলাচলৰ ক্ষেত্ৰত একমাত্ৰ সামগ্ৰীৰ বাবে প্ৰদান কৰা চৰকাৰী অনুজ্ঞাপত্ৰ থকা বাহন আৰু জৰুৰী সেৱাৰ বাবে নিয়োজিত বাহনৰ বাদে সকলো স্তব্ধ হৈ পৰিছে ।লগতে চাওকঃ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ অনুদান ৰূপজ্যোতি কুৰ্মীৰ

Last Updated : Mar 31, 2020, 10:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.