তেজপুৰ,৩১ মাৰ্চ : এক জনশূন্য ৰাষ্ট্ৰীয় ঘাই পথ 37(A) । মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সংযোগী অসমৰ কেইবাখনো জিলাৰ লগতে পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানীকে ধৰি সমগ্ৰ ৰাজ্য খনৰ যোগাযোগৰ প্ৰথম দলং কলীয়া ভোমোৰা দলঙৰ দৃশ্য এইয়া মঙলবাৰে পুৱা ৭ বজাৰ ।
জনশূন্য ৰাষ্ট্ৰীয় ঘাইপথ 37(A) কলীয়া ভোমোৰা দলং সংযোগী পথ - কলীয়া ভোমোৰা দলঙ
২৪ মাৰ্চৰ পৰা আহ্বান জনোৱা সমগ্ৰ দেশৰ লক ডাউনৰ আজি সপ্তমটো দিন । ব্ৰহ্মপুত্ৰ নদীত দৈনন্দিন মাছ মাৰি জীৱিকা নিৰ্বাহ কৰা এচাম লোক এতিয়া স্তব্ধ হৈ পৰিছে ।
জনশূন্য ৰাষ্ট্ৰীয় ঘাইপথ 37(A) কলীয়া ভোমোৰা দলং সংযোগী পথ
তেজপুৰ,৩১ মাৰ্চ : এক জনশূন্য ৰাষ্ট্ৰীয় ঘাই পথ 37(A) । মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সংযোগী অসমৰ কেইবাখনো জিলাৰ লগতে পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানীকে ধৰি সমগ্ৰ ৰাজ্য খনৰ যোগাযোগৰ প্ৰথম দলং কলীয়া ভোমোৰা দলঙৰ দৃশ্য এইয়া মঙলবাৰে পুৱা ৭ বজাৰ ।
Last Updated : Mar 31, 2020, 10:30 AM IST