তেজপুৰ,8 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাজ্যৰ বুদ্ধিজীৱিৰ লগতে শিল্পী আৰু ছাত্ৰ সমাজ ৷ চৰকাৰৰ এই জাতিধ্বংসী সিদ্ধান্তৰ বিপক্ষে মাৰ বান্ধি থিয় দিছে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী ৷ কেৱল অসমতেই নহয় জাতিধ্বংসী এই বিধেয়কখনৰ বিৰুদ্ধে এইবাৰ ওলাই আহিছে ছিক্কিম বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীসকল ৷ ৰুদ্ৰবিপ্লৱ আৰম্ভ কৰিছে ছিক্কিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷
লগতে পঢ়ক- নাহৰকটীয়াত লাইনচ্যুত মালবাহী ৰে'লঃ 5 দিনলৈ ব্যাহত ৰেলসেৱা