ETV Bharat / state

অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে উন্মোচন কৰে হাতে লিখা আলোচনী

শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এক আলোচনী উন্মোচনী সভাত শিৱসাগৰ জিলাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ হাতে লিখা আলোচনী উন্মোচন কৰে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে ।

হিতেন্দ্ৰনাথ গোস্বামীয়ে উন্মোচন কৰে হাতে লিখা আলোচনী
author img

By

Published : Jun 30, 2019, 9:49 AM IST

শিৱসাগৰ,৩০ জুনঃ শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত শিৱসাগৰৰ নগৰৰ অ'এন জি চি কলনি প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় এক হাতেলিখা আলোচনী উন্মোচনী সভা । শিৱসাগৰ জিলাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লিখা এই আলোচনী উন্মোচন কৰে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে ।

হিতেন্দ্ৰনাথ গোস্বামীয়ে উন্মোচন কৰে হাতে লিখা আলোচনী

উন্মোচনী ভাষণত অধ্যক্ষ গৰাকীয়ে কয় যে "কেৱল বিদ্যালয় ঘৰ,চকী-মেজ আদিয়ে শিক্ষাৰ মানদণ্ড নিৰূপণ নকৰে ,শিক্ষাৰ মানদণ্ড নিৰূপণ হয় শৈক্ষিক পৰিৱেশ আৰু শিক্ষা প্ৰদানৰ গুণগত মানদণ্ডৰ দ্বাৰা । "এই উন্মোচনী অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত ,বিদ্যালয়সমূহৰ পৰিদৰ্শক ,শিক্ষাবিদ প্ৰকাশ কটকীকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Intro:শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এক আলোচনী উন্মোচনী সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে।

Body:আজি শিৱসাগৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত শিৱসাগৰৰ নগৰৰ অএনজিচি কলনি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক হাতেলিখা আলোচনী উন্মোচনী সভা।শিৱসাগৰ জিলাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লিখা এই আলোচনী উন্মোচন কৰে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে।উন্মোচনী ভাষণত অধ্যক্ষ গৰাকীয়ে কয় যে কেৱল বিদ্যালয় ঘৰ,চকী-মেজ আদিয়ে শিক্ষাৰ মানদণ্ড নিৰূপন নকৰে।শিক্ষাৰ মানদণ্ড নিৰূপন হয় শৈক্ষিক পৰিৱেশ আৰু শিক্ষা প্ৰদানৰ গুণগত মানদণ্ডৰ দ্বাৰা।আজিৰ উন্মোচনী অনুষ্ঠানত বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে।

Conclusion:আজিৰ উন্মোচনী অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত, বিদ্যালয় সমূহৰ পৰিদৰ্শক,শিক্ষাবিদ প্ৰকাশ কটকীকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.