ETV Bharat / state

বান আৰু গৰাখহনীয়াই অসমৰ অৰ্থনৈতিক ভেটি চুৰমাৰ কৰিছেঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য - assam news

2005 ৰ মে'ত তদানীন্তন প্ৰধানমন্ত্ৰী ড0 মনমোহন সিঙৰ অধ্যক্ষতাত আছুৰ লগত হোৱা ত্ৰিপাক্ষিক আলোচনাত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলিও মন্তব্য কৰে ৷ লগতে 2014ৰ 7 এপ্ৰিলত বাতৰি কাকতত অসমৰ ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়ে যদিও ক্ষমতা লৈ অহাৰ পাছত কাৰ্যকৰী নকৰাৰ ফলতে অসমৰ ৰাইজে ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে বুলিও মন্তব্য কৰে

বান সন্দৰ্ভত মন্তব্য সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ
author img

By

Published : Jul 15, 2019, 11:48 PM IST

তেজপুৰ,15 জুলাইঃ অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি অসমৰ প্ৰতি থকা কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাৰ পৰিচয় দিয়াৰ আহ্বান আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ । সোমবাৰে বিয়লি তেজপুৰ আছুৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই মন্তব্য কৰে ভট্টাচাৰ্যই ৷ লগতে বান আৰু গৰাখহনীয়াই অসমৰ অৰ্থনৈতিক ভেটি চূৰমাৰ কৰা বুলি অভিহিত কৰি ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত আছু বৰ্তমানেও অটল বুলি মন্তব্য কৰে উপদেষ্টা গৰাকীয়ে ।

বান সন্দৰ্ভত মন্তব্য সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ

আনহাতে, 2005 ৰ মে'ত তদানীন্তন প্ৰধানমন্ত্ৰী ড0 মনমোহন সিঙৰ অধ্যক্ষতাত আছুৰ লগত হোৱা ত্ৰিপাক্ষিক আলোচনাত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলিও মন্তব্য কৰে ৷ লগতে 2014 ৰ 7 এপ্ৰিলত বাতৰি কাকতত অসমৰ ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়ে যদিও ক্ষমতা লৈ অহাৰ পাছত কাৰ্যকৰী নকৰাৰ ফলতে অসমৰ ৰাইজে ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে বুলিও মন্তব্য কৰে ।

Intro:তেজপুৰ,১৫জুলাই:প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক আছে অষ্ট লক্ষ্মী বুলি অভিহিত কৰা ঘোষণা ক অসমৰ বান আৰু গৰাখনিয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি অসমৰ প্ৰতি থকা কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাৰ পৰিচয় দিয়াৰ আহ্বান জনাইছে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই । আজি বিয়লি তেজপুৰ আছুৰ কাৰ্য্যালয়ত হোৱা এক সংবাদ মেলত আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে বান আৰু গঢ়া খহনীয়া ই অসমৰ অৰ্থনৈতিক ভেটি চুৰ মাৰ কৰা বুলিও অভিহিত কৰি ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা ৰ দাবীত আছু আজিও অটল বুলি মন্তব্য কৰে ।

Body:সদৌ অসম ছাত্ৰ সন্থাই অসমৰ বান আৰু গঢ়া খহনীয়া
সমস্যা সম্পৰ্কত কংগ্ৰেছৰ আৰু বিজেপি দলৰ অসমৰ
সমস্যাৰ প্রতি দায়বদ্ধতা হীন আৰু মিথ্যাচাৰ জ্বলন্ত ছবি দাঙি ধৰে আৰু দুয়ো টা দলৰ ফাঁকিৰ প্ৰতিশ্ৰুতি ৰ বাবে ৰাইজে বানত জীয়াটো ভুগিব লগা হৈছে বুলি কয়।

Bite: সমুজ্জল কুমাৰ ভট্টাচাৰ্য

2005 ৰ 5 মে'ত তদানীন্তন প্ৰধান মন্ত্ৰী ডঃ মনমোহন সিং ৰ অধক্ষতাত আছুৰ লগত হোৱা ত্ৰিপাখিক আলোচনা ত
অসমৰ বান পানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি গ্ৰহণ কৰা সিদ্ধান্ত 2005 ৰ 19 মে'ত জনসংযোগ ৰ বিজ্ঞাপন যোগে প্ৰচাৰ কৰাৰ বিপৰীতে 2014 ৰ সাধাৰণ নিৰ্বাচন ৰ পূৰ্বে বিজেপি দলে ক্ষমতা লৈ আহিলে অসমৰ বান পানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা ৰ প্ৰতিশ্ৰুতি ৰঙীণ বিজ্ঞাপন আকাৰে 2014 ৰ 7 এপ্ৰিলত বাতৰি কাকত ত অসমৰ ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়ে যদিও ক্ষমতা লৈ অহাৰ পাছত কাৰ্য্য কৰি নকৰাৰ ফলত আজি অসমৰ ৰাইজে ভুগিব লগা হৈছে বুলি তেওঁ কয় ।

Conclusion:আছু ৰ প্ৰতিনিধি দল ভট্টাচাৰ্য্যই শোণিতপুৰ জিলাৰ উপায়ুক্ত ক ও সাক্ষাৎ কৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৰ বিষয় ৰ ওপৰত ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১৫/৭/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.