ETV Bharat / state

SI কেলেংকাৰীৰ তদন্ত চিবিআইক দিয়াটো সমৰ্থন নকৰে ৰিপুন বৰাই

author img

By

Published : Oct 5, 2020, 2:10 PM IST

সোমবাৰে শোণিতপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় ঘেৰাও কৰে শোণিতপুৰ জিলা কংগ্ৰেছে ৷ কংগ্ৰেছৰ কৰ্মীসকলে কাৰ্য্যালয়ত প্ৰৱেশৰ বাবে চেষ্টা চলায় যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷

Ripun Borah does not support CBI inquiry on Assam Police SI exam scam
SI কেলেংকাৰীৰ তদন্ত চিবিআইক অৰ্পনক সমৰ্থন নকৰে ৰিপুন বৰাই

তেজপুৰ, 5 অক্টোবৰঃ SI কেলেংকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে সোমবাৰে শোণিতপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় ঘেৰাও কৰে শোণিতপুৰ জিলা কংগ্ৰেছে ৷ কংগ্ৰেছৰ কৰ্মীসকলে কাৰ্য্যালয়ত প্ৰৱেশৰ বাবে চেষ্টা চলায় যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷

আনহাতে, এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি SI কেলেংকাৰীৰ তদন্ত চিবিআইক অৰ্পন কৰাটো সমৰ্থন নকৰা বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ ইয়াৰ বিপৰীতে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তেহে সমগ্ৰ বিষয় তদন্ত কৰিবলৈ আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

শোণিতপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় ঘেৰাও শোণিতপুৰ জিলা কংগ্ৰেছৰ

লগতে পঢ়ক-অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.