ETV Bharat / state

অৰুণাচলী যুৱকক বন্দী চীনা সৈন্যৰ: কিৰেণ ৰিজিজুৰ প্ৰতিক্ৰিয়া - China

বিগত 3 ছেপ্তেম্বৰত অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিত নাচু ভাৰত-চীন সীমান্তৰ পৰা পাঁচগৰাকী অৰুণাচলৰ যুৱকক ৰঙা চীনৰ পিএলএ সেনাই সীমান্তৰ পৰা বন্দী কৰি লৈ যোৱাৰ পিছত ভাৰতীয় সেনাই সীমান্তত হটলাইন মেছেজ প্ৰেৰণৰ জৰিয়তে যুৱক কেইগৰাকীক ওভোতাই দিবলৈ আহ্বান জনায় ৷

Reaction of kiren rijiju on Arunachal Pradesh youth captured by Chinese soldiers tezpur assam etv bharat news
অৰুণাচলী যুৱকক বন্দী চীনা সৈন্যৰ
author img

By

Published : Sep 6, 2020, 7:48 PM IST

তেজপুৰ,6 ছেপ্তেম্বৰ: কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ৰাজ্যিক যুৱ পৰিক্ৰমা তথা খেল মন্ত্রীৰ লগতে অৰুণাচল প্ৰদেশৰ পশ্চিম সংসদীয় সমষ্টিৰ সাংসদ কিৰেণ ৰিজিজুৱে টুইটাৰযোগে ভাৰতীয় সেনাই সীমান্তস্থিত চীনা সৈন্যলৈ হটলাইন মেছেজ পঠিওৱাৰ কথা প্ৰকাশ কৰিছে ৷

বিগত 3 ছেপ্তেম্বৰত অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিত নাচু ভাৰত-চীন সীমান্তৰ পৰা পাঁচগৰাকী অৰুণাচলৰ যুৱকক ৰঙা চীনৰ পিএলএ সেনাই সীমান্তৰ পৰা বন্দী কৰি লৈ যোৱাৰ পিছত ভাৰতীয় সেনাই সীমান্তত হটলাইন মেছেজ প্ৰেৰণৰ জৰিয়তে যুৱক কেইগৰাকীক ওভোতাই দিবলৈ আহ্বান জনায় ৷ ৰিজিজুৱে টুইটাৰত উল্লেখ কৰে যে,ভাৰতীয় সেনাই সীমান্তৱৰ্তী চীনা সৈন্যৰ এই মেছেজৰ উত্তৰৰ বাবে অপেক্ষা কৰিছে ৷

  • The Indian Army has already sent hotline message to the counterpart PLA establishment at the border point in Arunachal Pradesh. Response is awaited. https://t.co/eo6G9ZwPQ9

    — Kiren Rijiju (@KirenRijiju) September 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

চীনা সৈন্যই বন্দী কৰি নিয়া যুৱককেইগৰাকী ক্ৰমে তানু বাকেৰ, প্ৰচাৰ ৰিংলিং, নাগৰু ডিৰী, নাংটো এবিয়া আৰু তাচো চিংসম । পূৰ্বে ভাৰতীয় সেনাই এই বিষয়ে কোনো মন্তব্য প্ৰকাশ নকৰাৰ লগতে যুৱক কেইগৰাকীক বন্দী কৰি লৈ যোৱাৰ সন্দৰ্ভত কোনো তথ্য ফাদিল কৰা নাছিল ৷

লগতে চাওকঃ নিজৰ প্ৰাপ্যৰ অপেক্ষাত দিশহাৰা হৈ পৰা এগৰাকী ঠিকাদাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.