ETV Bharat / state

চাৰিদুৱাৰৰ চপালগা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড

author img

By

Published : Mar 24, 2021, 4:40 PM IST

সীমাবিবাদক কেন্দ্ৰ কৰি চাৰিদুৱাৰৰ চপালগা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড ৷ ভুমিধৰ কোঁচ নামৰ এজন ব্যক্তিক দাৰে ঘপিয়াই হত্যা কৰে চিভিল কোঁচ নামৰ এজন ব্যক্তিয়ে ৷

rangapara-murder
চাৰিদুৱাৰৰ চপালগা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড

ৰঙাপৰা, 24 মাৰ্চ: শোনিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত চপালগা গাঁৱত বুধবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা । চপালগা গাঁৱৰে চিভিল কোঁচ নামৰ এজন ব্যক্তিয়ে ভুমিধৰ কোঁচ নামৰ এজন ব্যক্তিক দাৰে ঘপিয়াই হত্যা কৰে । সীমাবিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ পৰিণতিতে উক্ত হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে হত্যাকাৰী চিভিল কোঁচক আটক কৰিছে । আৰক্ষীয়ে অভিযুক্তক আটক কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: ৰূপহীহাটত অসম জাতীয় পৰিষদৰ বিশাল নিৰ্বাচনী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.