ETV Bharat / state

চিকিৎসাধীন অৱস্থাত ৰঙাপৰাৰ এগৰাকী মহিলাৰ মৃত্যুঃ গণৰোষত পৰিল পত্নীহন্তা স্বামী - তেজপুৰ চিকিৎসা মহাবিদ্যালয়

স্বামীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱা মহিলাক গৰাকীক চুবুৰীয়া ৰাইজে চাহ বাগিচাখনৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও মহিলা গৰাকীৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ৰঙাপৰাৰ এগৰাকী মহিলাৰ মৃত্যুঃ গণৰোষত পৰিল পত্নীহন্তা স্বামী
author img

By

Published : Mar 30, 2019, 9:53 PM IST

তেজপুৰ, 30মাৰ্চ : শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এখন চাহ বাগিছাৰ এগৰাকী মহিলাই শুকুৰবাৰেচিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । তথ্য অনুসৰি, ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীগাঁও চাহ বাগিচাৰ ইটাভাটা লাইনৰ ৰামু কৰ্মকাৰে পত্নী ফুলন্তী কৰ্মকাৰক কোনো কথাক কেন্দ্ৰ কৰি নিশা 12মান বজাত মাৰধৰ কৰে । স্বামীৰ প্ৰহাৰত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হোৱা মহিলাক গৰাকীক চুবুৰীয়া ৰাইজে চাহ বাগিচাখনৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও মহিলা গৰাকীৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ৰঙাপৰাৰ এগৰাকী মহিলাৰ মৃত্যুঃ

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ফুলন্তী চিকিৎসাধীন হৈ থকাঅৱস্থাত স্বামী ৰামুৱে চিকিৎসালয়ত পুনৰ প্ৰহাৰ কৰাত মহিলাগৰাকীয়েমৃত্যুক সাৱটি লয় । মৃত মহিলা গৰাকীৰ মৃতদেহ চাহ বাগানলৈ অনাৰ পিছত পৰিস্থিতি উত্তপ্ত হয় । স্থানীয় একাংশ মহিলা উত্তপ্ত হৈ পত্নীক হত্যা কৰাৰ অভিযোগ তুলি স্বামী ৰামুক প্ৰহাৰ কৰে । ৰাইজৰ প্ৰহাৰত আহত হোৱা ৰামুক ৰঙাপাৰাৰ আৰক্ষীয়ে আটক কৰে । পাছত গুৰুতৰভাৱে আহত ৰামু কৰ্মকাৰক ৰঙাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় ।

Intro:তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ৰঙাপৰাৰ এগৰাকী মহিলাৰ মৃত্যুঃ গণৰোষত পৰিল পত্নীহন্তা স্বামীৰঃ আৰক্ষীৰ উপস্থিতত কথমপি প্ৰাণ ৰক্ষা।Body:শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এখন চাহ বাগিছাৰ এগৰাকী মহিলাই কালি চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লোৱাৰ ঘটনাই সমগ্র অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আজি বিয়লিৰ ভাগত মহিলাৰ গৰাকীৰ মৃতদেহটি চাহ বাগিচাখনলৈ অনাৰ পাছতে স্থানীয় একাংশ মহিলা উত্তেজিত হৈ পৰে আৰু হত্যাকাৰী স্বামীক উত্তম মাধ্যম সোধাই। পাছত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত হত্যাকাৰী আটক কৰি চিকিসালয়ত ভৰ্তি কৰাই। উল্লেখ্য যে যোৱা ২১ মাৰ্চত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীগাঁও চাহ বাগিচাৰ ইটাভাটা লাইনৰ ৰামু কৰ্মকাৰে পত্নী ফুলন্তী কৰ্মকাৰক কোনো কথাক কেন্দ্ৰ কৰি নিশা ১২ মান বজাত মাৰধৰ কৰে। স্বামীৰ প্ৰহাৰত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হোৱা মহিলাক গৰাকীক চুবুৰীয়া ৰাইজে চাহ বাগিচাখনৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও মহিলা গৰাকীৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ফুলন্তী চিকিৎসাধীন হৈ থকাৰ অৱস্থাত স্বামী ৰামুৱে চিকিৎসালয়ত পুণৰ প্ৰহাৰ কৰাত মহিলাগৰাকী কালি মৃত্যুক সাৱটি লয়। আজি মহিলাৰ মৃতদেহটো চাহ বাগিচাখনলৈ অনাৰ পাছতে স্থানীয় একাংশ মহিলা উত্তেজিত হৈ পৰে আৰু পত্নীক হত্যা কৰাৰ অভিযোগ তুলি মহিলাসকলে স্বামী ৰামুক প্ৰহাৰ কৰে। ৰাইজৰ প্ৰহাৰত আহত হোৱা ৰামুক ৰঙাপৰা আৰক্ষীয়ে আটক কৰে। পাছত গুৰুত্বভাৱে আহত ৰামু কৰ্মকাৰক ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.