ETV Bharat / state

ৰঙাপাৰাত কৃত্ৰিম বানপানী

ৰঙাপাৰা পৌৰসভাই পানী নিষ্কাষণৰ বাবে বিজ্ঞানসন্মত ভাৱে নলা-নৰ্দমাসমূহ নিৰ্মাণ নকৰাৰ ফলত সৃষ্টি হৈ আহিছে কৃত্ৰিম বানপানী ৷ কৃত্ৰিম বানপানীৰে ভৰি পৰিছে ঠাকুৰবাৰী অঞ্চল

ৰঙাপাৰাত কৃত্ৰিম বানপানী
author img

By

Published : May 24, 2019, 1:03 PM IST

ৰঙাপাৰা 24 মেঃ এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ কৱলত শোণিতপুৰ জিলাৰ ৰঙাপাৰা ৷ ৰঙাপাৰা পৌৰসভাই পানী নিষ্কাষণৰ বাবে বিজ্ঞানসন্মত ভাৱে নলা- নৰ্দমাসমূহ নিৰ্মাণ নকৰাৰ ফলত সৃষ্টি হৈ আহিছে কৃত্ৰিম বানপানী ৷ কৃত্ৰিম বানপানীৰে ভৰি পৰিছে ঠাকুৰবাৰী অঞ্চল ৷ শিখ ধৰ্মাৱলম্বী লোকসকলৰ উপসনাস্থলী গুৰুদ্বাৰাকে ধৰি ব্যৱসায় প্ৰতিষ্ঠান আৰু বাসগৃহৰ ভিতৰত বৰষুণৰ পানীৰে উপচি পৰে। উল্লেখ্য যে ৰঙাপাৰাত প্ৰত্যেক বছৰে বিভিন্ন ঠাইত কৃত্ৰিম বানপানীৰ সমস্যা সৃষ্টি হৈ আহিছে যদিও এই ক্ষেত্ৰত পৌৰ সভাখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষুদ্ধ হৈ পৰিছে ৷

Intro:ৰঙাপৰাত পৌৰসভা কাৰ্যালয়ৰ সন্মুখত কৃত্ৰিম বানপানীঃ পানীৰ তলত উপসনাস্থলী, ব্যৱসায় প্ৰতিষ্ঠান।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত কৃত্ৰিম বানপানী। এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানপানী। ৰঙাপৰা পোৰসভাখনে তাহানিৰ পৰাই পানী নিষ্কাসনৰ বাবে বিজ্ঞান সন্মত ভাৱে নলা-নৰ্দমাবোৰ নিৰ্মাণ নকৰাৰ ফলত সৃষ্টি হৈ আহিছে কৃত্ৰিম বানপানী। কৃত্ৰিম বানপানীৰে ভৰি পৰিছে ঠাকুৰবাৰী অঞ্চল। শিখ ধৰ্মাৱলম্বী লোকসকলৰ উপসনাস্থলী গুৰুদুৱাৰাকে ব্যৱসায় প্ৰতিষ্ঠান আৰু বাসগৃহৰ ভিতৰত বৰষুণৰ পানীৰে উপচি পৰে। প্ৰত্যেক বছৰে ৰঙাপৰাৰ বিভিন্ন ঠাইত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ অহাৰ পাছতো সমস্যাৰাজি সমাধানৰ ক্ষেত্ৰত ৰঙাপৰা পৌৰসভাখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহন নকৰাত ভুক্তভোগী ৰাইজ ক্ষুব্ধ হৈ পৰিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.