ETV Bharat / state

ৰঙাপৰাত উলংঘন নিৰ্বাচনী আচৰণবিধি - শোণিতপুৰ

আঁতৰোৱা নাই চৰকাৰী হ'ৰ্ডিং

ৰঙাপৰাত উলংঘন নিৰ্বাচনী আচৰণবিধি
author img

By

Published : Mar 14, 2019, 6:46 PM IST

শোণিতপুৰ,১৪মাৰ্চঃ শোণিতপুৰৰ ৰঙাপৰাত উলংঘ হৈছে নিৰ্বাচনী আচৰণ বিধি । নিৰ্বাচনী আচৰণবিধি ভংগ কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ।

ৰঙাপাৰাত উলংঘন নিৰ্বাচনী আচৰণবিধি

নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ কাৰ্যক্ৰমণিকা ঘোষণা কৰাৰ লগতে নিৰ্বাচন আচৰণবিধি প্ৰযোজ্য হোৱাৰ পাছত তৎকালে আঁতৰ কৰিব লাগে ৰাজনৈতিক বিজ্ঞাপন চৰকাৰী পোষ্টাৰ, বেনাৰ, হ'ৰ্ডিং সমূহ । কিন্তু এতিয়াও ওলমি আছে চৰকাৰী বিজ্ঞাপনৰ পোষ্টাৰ, বেনাৰ আৰু ডাঙৰ ডাঙৰ হৰ্ডিং ।

Slug-- ৰঙাপৰাত নিৰ্বাচনী আচৰণবিধি উলংঘনঃ পূৰ্বৰ ঠাইতে জিলিকি আছে চৰকাৰী হ'ৰ্ডিং

তেজপুৰ :--শোণিতপুৰৰ ৰঙাপৰাত নিৰ্বাচনী আৰণবিধি ভংগ হৈছে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিৰ্বাচনী আচৰণবিধি ভংগ কৰিছে। নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ কাৰ্যক্ৰমণিকা ঘোষণা কৰা লগতে নিৰ্বাচন আচৰণবিধি প্ৰযোজ্য হোৱাৰ পাছত ৰাজহুৱা স্থানত থকা ৰাজনৈতিক বিজ্ঞাপন চৰকাৰী পোষ্টাৰ, বেনাৰ, হ'ৰ্ডিং সমূহৰ তৎকালে আঁতৰ কৰিব লাগে।ৰঙাপৰা-বালিপৰা সংযোগী গড়কাপ্তানী পথছোৱাৰ কাষত তথা ৰাজহুৱা স্থানৰ পৰা চৰকাৰী বিজ্ঞাপনৰ পোষ্টাৰ, বেনাৰ আৰু ডাঙৰ ডাঙৰ হৰ্ডিং আদি আঁতৰ কৰা পৰিলক্ষিত হোৱা নাই। উক্ত স্থানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছবি থকা প্ৰধানমন্ত্ৰী অৱাস যোজনাৰ ডাঙৰ হ'ৰ্ডিং আঁৰি থোৱা আছে। কিন্তু শোণিতপুৰ জিলা প্ৰশাসন, ৰঙাপৰা পৌৰসভাই ৰঙাপৰাৰ ৰাজহুৱা স্থানত চৰকাৰ আৰু ৰাজনৈতিক দলৰ বিজ্ঞাপনৰ হ'ৰ্ডিংবোৰ আঁতৰ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
 Pranab kumar Das,Tezpur.
14/3/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.