ETV Bharat / state

ৰাইজৰ দলৰ চতিয়া সমষ্টিৰ কাৰ্যকৰী সভাপতিৰ পদত্যাগ

author img

By

Published : Feb 4, 2021, 10:43 AM IST

ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে ব্ৰাহ্মণসমাজকলৈ কৰা অপমানসূচক মন্তব্যৰ পাচতে চতিয়া সমষ্টিৰ কাৰ্যকৰী সভাপতি অপূৰ্ব ভট্টাচাৰ্যৰ পদত্যাগ ৷ ৰাজ্যৰ জাতি জনগোষ্ঠীৰ লগত ভাতৃত্ববোধ ৰক্ষা কৰি চলাৰ কোনো আশা নাই বুলি উল্লেখ কৰে পদত্যাগী নেতা গৰাকীয়ে

ৰাইজৰ দলৰ চতিয়া সমষ্টিৰ কাৰ্যকৰী সভাপতিৰ পদত্যাগ
ৰাইজৰ দলৰ চতিয়া সমষ্টিৰ কাৰ্যকৰী সভাপতিৰ পদত্যাগ

চতিয়া,4 ফেব্ৰুৱাৰী: চতিয়া সমষ্টিৰ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিৰ পদত থকা অপূৰ্ব ভট্টাচাৰ্যৰ পদত্যাগ ৷ ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে ব্ৰাহ্মণসমাজকলৈ কৰা অপমানসূচক মন্তব্যৰ বাবেই বুধবাৰে চতিয়া বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত থকা অপূৰ্ব ভট্টাচাৰ্যই দলটোৰ দায়িত্বৰ পৰা পদত্যাগ কৰে ৷

নিৰ্বাচনৰ পূৰ্বে ব্ৰাহ্মণবিৰোধী মন্তব্য দিয়া দলটোৰ শীৰ্ষস্থানীয় নেতাই পিছৰ পৰ্যায়ত ৰাজ্যৰ জাতি জনগোষ্ঠীৰ লগত ভাতৃত্ববোধ ৰক্ষা কৰি চলাৰ কোনো আশা নাই বুলি উল্লেখ কৰে পদত্যাগী নেতা গৰাকীয়ে ৷ লগতে তেওঁ কয়,সাম্প্ৰদায়িক বীজ এৰি ৰাজনীতি কৰিবলৈ আগবাঢ়ি আহিছো গতিকে এনে মন্তব্য সহ্য নকৰো ৷

লগতে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেলেংকাৰীঃ কেইবাজনো বিষয়াক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.