ETV Bharat / state

বজাৰৰ অভাৱে জুৰুলা কৰিছে মৃৎশিল্পীক - মৃৎশিল্পী

লক্ ডাউনৰ ফলত বজাৰৰ অভাৱত বৰ্তমান বিপৰ্যয় নামি আহিছে ৰঙাপাৰাৰ বৰজুলিৰ 5 টাকৈ মৃৎশিল্পীৰ পৰিয়াললৈ । অভাৱে জুৰুলা কৰি তুলিছে তেওঁলোকক ।

pathetic condition of the potters due to lockdo

author img

By

Published : May 3, 2020, 10:54 AM IST

ৰঙাপাৰা, 3 মে': লক্ ডাউনে বিপদাপন্ন কৰি তুলিছে মৃৎ শিল্পক । বজাৰৰ অভাৱত ঘৰতে পৰি ৰৈছে মৃৎশিল্পীৰ কষ্টৰ ফল । প্ৰায় 30-35 বছৰ ধৰি মৃৎ শিল্পৰ লগত জড়িত ৰঙাপাৰাৰ বৰজুলিৰ 5 টাকৈ মৃৎ শিল্পীৰ পৰিয়ালৰ, বৰ্তমান নাই অন্য কোনো উপাৰ্জনৰ থল ।

বজাৰৰ অভাৱে জুৰুলা কৰিছে মৃৎশিল্পীক

তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই শিল্পই অৰুণাচলৰ লগতে শোনিতপুৰৰ ভিন্ন প্ৰান্তত সমাদৰ লাভ কৰি আহিছে । একাংশ লোকে তেওঁলোকৰ ঘৰৰ পৰা এই সামগ্ৰী সমূহ ক্ৰয় কৰিছিল যদিও, এতিয়া যাতায়ত আৰু বজাৰৰ অভাৱত তেওঁলোকে নিৰ্মাণ কৰা ভিন্ন সামগ্ৰী পৰি ৰৈছে ঘৰতে । যাৰ বাবে মৃৎশিল্পীৰ পৰিয়াল সমূহৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে । অভাৱে জুৰুলা কৰি তুলিছে তেওঁলোকক ।

লগতে পঢ়কঃ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা নলবাৰীৰ এটা অসহায় পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.