ETV Bharat / state

চতিয়াত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন কাৰ্ড বিতৰণ

author img

By

Published : Aug 29, 2020, 12:58 AM IST

চতিয়াত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন কাৰ্ড বিতৰণ ৷ বিধায়ক পদ্ম হাজৰিকা তথা শোণিতপুৰৰ খাদ্য আৰু যোগান বিভাগৰ বিষয়া , নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আদিৰ উপস্থিতিত বিতৰণ কৰা হয় কাৰ্ড সমূহ ৷

ration card
ration card

চতিয়া, ২৭ আগষ্ট : অসমৰ ভিতৰতে পোন প্ৰথমবাৰৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি শুভাৰম্ভ কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ২০১৫ বৰ্ষতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰম্ভ হৈছিল ৷ চতিয়া নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ত আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন কাৰ্ড ৷ চতিয়া অঞ্চলৰ ৫৮ জনকৈ হিতাধিকাৰীক এই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ড বুধবাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা তথা শোণিতপুৰৰ খাদ্য আৰু যোগান বিভাগৰ বিষয়া , নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আদিয়ে ৷

চতিয়াত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন কাৰ্ড বিতৰণ

অসমৰ ভিতৰতে পোন প্ৰথমে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা চতিয়াত শুভাৰম্ভ কৰি চতিয়াৰ বিধায়কগৰাকীয়ে জনায় যে এই আঁচনিয়ে অসমৰ ভিন্ন প্ৰান্তৰ নিছলা, দুখীয়াসকল উপকৃত হ’ব লগতে দুখীয়াসকল যাতে বাদ নপৰে এই আঁচনিৰ পৰা আৰু নিয়মীয়াকৈ ৰেচন লাভ কৰি জীৱন নিৰ্বাহ কৰাত সুবিধা হ’ব ৷

লগতে পঢ়ক : বাঁহ-বেঁতৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হ'ব বিচৰা এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.