ETV Bharat / state

ৰঙাপৰাত পুখুৰীত পৰি মৃত্যু এজনৰ

ৰঙাপৰা ভেলুৱাটাৰ গাঁৱৰ নিৱাসী তথা তিনিটা সন্তানৰ পিতৃ বিনোদ মুণ্ডাই ঘৰৰ কাষতে থকা পুখুৰীৰ পাৰলৈ যোৱাৰ সময়তে পিছল খাই পৰি অকাল মৃত্যুক সাৱটি লয় ৷

author img

By

Published : Aug 3, 2019, 8:46 PM IST

ৰঙাপাৰাত পুখুৰীত পৰি মৃত্যু এজনৰ

শোণিতপুৰ, 3 আগষ্টঃ শোণিতপুৰৰ ৰঙাপৰাৰ ভেলুৱাটাৰত পুখুৰীত পৰি এজনৰ সলিল সমাধি ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰিলে মৃতদেহ ৷ ৰঙাপৰা ভেলুৱাটাৰ গাঁৱৰ নিৱাসী তথা তিনিটা সন্তানৰ পিতৃ বিনোদ মুণ্ডাই ঘৰৰ কাষতে থকা পুখুৰীৰ পাৰলৈ যোৱাৰ সময়তে পিছল খাই পৰি অকাল মৃত্যুক সাৱটি লয় । ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ৰঙাপৰা আৰক্ষী থানাৰ প্ৰভাৰী বুধিন পেগু আৰু ৰঙাপৰাৰ অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । ৰাইজৰ সহযোগত অভিযানকাৰী দলটোৱে প্ৰায় তিনিঘণ্টা ধৰি পুখুৰীটোত অভিযান চলোৱাৰ পাচত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Intro:ৰঙাপৰাৰ ভেলুৱাটাৰত পুখুৰীত পৰি এজন লোকৰ সলিল সমাধিঃ অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰিলে মৃতদেহBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি পুখুৰীত পৰি এজন লোকৰ সলিল সমাধি ঘটে। ৰঙাপৰা ভেলুৱাটাৰ গাৱঁৰ নিৱাসী তথা তিনিটা সন্তানৰ পিতৃ বিনোদ মুণ্ডাই ঘৰৰ কাষতে থকা পুখুৰীটোৰ পাৰলৈ যোৱাৰ সময়ত পিছল খাই পৰি অকাল মৃত্যুক সাৱটি লয়। ইফালে ঘটনাটি খবৰ পোৱাৰ পাছতে ৰঙাপৰা আৰক্ষী থানাৰ প্ৰভাৰী বুধিন পেগু আৰু ৰঙাপৰাৰ অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। ৰাইজৰ সহযোগত অভিযানকাৰী দলটোৱে প্ৰায় তিনিঘণ্টা ধৰি পুখুৰীটোত অভিযান চলোৱাৰ পাছত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে মৃতদেহটো ৰঙাপৰা আৰক্ষীয়ে থানালৈ লৈ আহে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.