ETV Bharat / state

AN-32 দুৰ্ঘটনাঃ বায়ুসেনাই হেৰুৱালে 13গৰাকী যুঁজাৰুক

বিগত 3 জুন সোমবাৰে যোৰহাটৰ পৰা উৰা মৰা বায়ুসেনাৰ AN-32 বিমান দূৰ্ঘটনাত এজনো বায়ুসৈনিক বাছি থকা নাই ৷ বায়ুসেনাই টুইটাৰযোগে টুইট কৰি জনাইছে এই কথা ৷

author img

By

Published : Jun 13, 2019, 2:28 PM IST

Updated : Jun 13, 2019, 2:48 PM IST

AN-32 দূৰ্ঘটনাঃ বায়ুসেনাই হেৰুৱালে 13গৰাকী যুঁজাৰুক

তেজপুৰ, 13 জুনঃ বিগত তিনি জুনৰ পৰা সন্ধানহীন হৈ থকা বায়ুসেনাৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বিমানখনত থকা আটাইকেইগৰাকী সেনাই ৷

যোৰহাট বায়ুসেনা ছাউনীৰ পৰা 13গৰাকী বায়ুসেনাসহ উৰা মৰা AN-32 বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱাৰ পিচতে বায়ুসেনাই এই কথা স্পষ্ট কৰিছে ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত পায়ুমত উদ্ধাৰকাৰী বাহিনীৰ দল উপস্থিত হৈ দুখঃজনক খবৰটো প্ৰদান কৰিছে ৷ ইতিমধ্যে বায়ুসেনাই ইয়াৰ টুইটযোগে এই কথা প্ৰকাশ কৰিছে ৷

  • IAF Pays tribute to the brave Air-warriors who lost their life during the #An32 crash on 03 Jun 2019 and stands by with the families of the victims. May their soul rest in peace.

    — Indian Air Force (@IAF_MCC) June 13, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

এন্টন'ভ AN-32 বিমানখনত আছিল মুঠ তেৰজন বায়ুসেনা ৷ তেওঁলোক আছিল উইং কামাণ্ডাৰ জিএম চাৰ্লিছ, স্কোৱাড্ৰন লিডাৰ এইচ বিনোদ, ফ্লাইট লেফটেনেন্ট ৰাজেশ থাপা, আশিষ তানৱাৰ, সুমিত মোহান্তি, এমকে গাৰ্গ, ৱাৰেন্ট অফিচাৰ কেকে মিশ্ৰা, ছাৰ্জেন্ট অনুপ কুমাৰ, কৰ্পৰেল শ্বেৰিন, লিডিং এয়াৰক্ৰাফ্ট মেন এছকে সিং, পংকজ আৰু নন কমবেটেন্ট ইঞ্জিনীয়াৰ পুতালী আৰু ৰাজেশ কুমাৰ ৷ ইতিমধ্যে বায়ুসেনাই বিমানখনত থকা সকলোৰে পৰিয়ালক এই বিষয়ে তথ্য প্ৰদান কৰিছে ৷

BIG BREAKING 

AN-32 ৰ সকলো বৈমানিক আৰু অফিচাৰৰ দুৰ্ঘটনাত মৃত্যু 

তেজপুৰ ,১৩ জুন : বায়ু সেনাৰ মালবাহী জাহাজ এন্টনোভ AN-32 বিমানখন ৪ জন ফ্লাইট লেফ্টেনেনত , ১ উইং কামাণ্ডাৰ ,১ ছাজেন্ট 
লেফ্টেনেনত, ১ ছাৰজেন্ট,১ কৰপৰেল, ওৱাৰেন্ট  অফিচাৰ ১, লিডিং এয়াৰ ক্ৰাফ্ট মেন ২ জন আৰু নন্ কমবেটেন্ট ইঞ্জিনিয়াৰ ২ আছিল ৷ এই সকলোৰে দুৰ্ঘটনাত মৃত্যু ঘটিছে বুলি টুইটাৰ যোগে বায়ু সেনাই জনাইছে ৷

আশিষ টানোৱাৰৰ পত্নী সন্ধ্যা টানোৱাৰ যোৰহাট বায়ু সেনা বাহিনীৰ 
এয়াৰ ট্ৰেফিক কন্ট্ৰলত কৰ্মৰত ,উক্ত দিনা আশিষ মেতুকালে উৰামৰাৰ সময়ত পত্নী সন্ধ্যা টানোৱাৰে সেউজ সংকেট প্ৰদান কৰিছিল ৷
আশিষ এগৰাকী B.Tech বায়ুসেনাত ভৰ্তিহোৱাৰ গুৰগাৱত MNC কৰ্মৰত আছিল আৰু ২০১৩ চনৰ ডিচেম্বৰত বায়ুসেনা বাহিনীত যোগদান কৰে ,আৰু মে'ৰ ২০১৫ ট্ৰেনিং সম্পূৰ্ন কৰি যোৰহাট বায়ু সেনা চাউনিলৈ আহে ৷ আনহাতে সন্ধ্যা  টানোৱাৰ ঘৰ মথুৰাত আৰু ২০১৮ চনত দুয়ো বিবাহ পাশত আবদ্ধ হয় ৷

বিমান খনত থকা মুঠ ৪ জন ফ্লাইট লেফ্টেনেন্ট ৰ ভিতৰত আশিৰ লগত পাঞ্জাবৰ পাটিয়ালাৰ ২৭ বছৰীয়া মোহিট গাৰ্গ ও আছিল ১৯৯২ চনত জন্ম গ্ৰহন কৰা মোহিট পিতৃ আৰু জেষ্ঠ ভাতৃ সুৰিন্দৰপাল গাৰ্গও দেউতাকৰ লগতে ঘটনাৰ চিছতে দিল্লিৰ পৰা বিমানযোগে ডিব্ৰুগড় আহি বৰ্তমান যোৰহাট বায়ুসেনা চাউনীত বোৱাৰী আস্থাৰ লগত অপেক্ষাৰ ক্ষন গনি আছে ৷ মাতৃয়ে এই মুহুৰ্তলৈকে পুত্ৰ নিখোজ হৈ থকা খৱৰ জানিব পৰা নাই ৷

(Single  ফটো মোহিত ) ৷ 

Pranab kumar Das
Tezpur
13/6/19
Last Updated : Jun 13, 2019, 2:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.