ETV Bharat / state

ৰঙাপৰাত মে' দিৱস উদযাপন - rangapara

ৰঙাপৰাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন ৷ মে' দিৱস উপলক্ষে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে চাহ মজদুৰ সংঘৰ শ্ৰমিকসকলে ৷

ৰঙাপৰাত মে' দিৱস উদযাপন
author img

By

Published : May 1, 2019, 7:33 PM IST

ৰঙাপৰা, 1 মেঃ সমগ্ৰ বিশ্বৰ লগতে শোণিতপুৰৰ ৰঙাপৰাতো অখিল ভাৰতীয় চাহ মজদুৰ সংঘ চমুকৈ চি আই টিউয়ে উদযাপন কৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস। প্ৰতিকূল বতৰৰ বাধা নেওচি ৰঙাপৰাৰ ইউনিয়ন থিয়েটাৰ হ'ল প্ৰাংগণত ৰঙা পতাকা উত্তোলন কৰে বিশিষ্ট বুদ্ধিজীৱি গজেন বৰাই। শ্বহীদ তৰ্পনৰ পাচতে শ্ৰমিক ৰাইজে হাতে হাতে পতাকা লৈ সাংস্কৃতিক শোভাযাত্ৰাৰে পৰিক্ৰমা কৰে সমগ্ৰ নগৰ ।

Intro:ৰঙাপৰাত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ।Body:ৰঙাপৰাঃ সমগ্র বিশ্বৰ লগতে শোণিতপুৰৰ ৰঙাপৰাত আজি অখিল ভাৰতীয় চাহ মজদুৰ সংঘ চমুকৈ চি আই টিউয়ে আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰে। প্ৰতিকূল বতৰৰ বাধা নেওচি ৰঙাপৰাৰ ইউনিয়ন থিয়েটাৰ হল প্ৰাঙ্গনত ৰঙা পতাকা উত্তোলন কৰে গজেন বৰাই। শ্বহীদ তৰ্পনৰ পাছতে শ্ৰমিক ৰাইজে হাতে হাতে পতাকা লৈ সাংস্কৃতিক শোভাযাত্ৰাৰে সমগ্র নগৰখন পৰিক্ৰমা কৰে। দিনৰ ১ বজাত গজেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰমা নাগে। সভাত চিটুৰ কেইবা গৰাকী নেতা উপস্থিত আছিল। বক্তা সকলে আজি দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰে। সভাৰ মাজতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.