ETV Bharat / state

চতিয়া পানপুৰত উচ্ছেদ চুলাইৰ ঘাটি - শোণিতপুৰ

শনিবাৰে জামুগুৰিহাটৰ পানপুৰৰ আমদাৰাৰ বিভিন্ন স্থানত থকা চুলাইৰ ঘাটি উচ্চেদ কৰে স্থানীয় যুৱকসকলে ৷ প্ৰশাসন তথা গাঁওবাসীৰ সকিয়নীৰ পাচতো চুলাইৰ ঘাটি সমূহত চুলাই প্ৰস্তুত কৰি চলাই গৈছিল অবৈধ ব্যৱসায় ৷

চতিয়া
চতিয়া পানপুৰত উচ্ছেদ চুলাইৰ ঘাটি
author img

By

Published : Mar 28, 2020, 9:48 PM IST

চতিয়া, ২৮ মাৰ্চঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পানপুৰৰ আমদাৰাৰ বিভিন্ন স্থানত থকা চুলাইৰ ঘাটি উচ্চেদ কৰে স্থানীয় যুৱক সকলে ৷ দীৰ্ঘদিন ধৰি আমদাৰাৰ বিভিন্ন স্থানত অবৈধভাবে একাংশ লোকে চুলাই মদৰ ব্যৱসায় চলাই আহিছিল ৷ প্ৰশাসনৰ ফালৰ পৰা বহুবাৰ উচ্চেদ অভিযানো চলাইছিল ঘাটি সমূহত ৷ কিন্তু উচ্চেদৰ পিচদিনাই পুনৰ স্থাপন কৰে মদৰ ঘাটি ৷ প্ৰশাসনৰ সতৰ্কীকৰণৰ আৰু গাঁওবাসীৰ সকিয়নীৰ পাচতো চুলাইৰ ঘাটি সমূহত চুলাই প্ৰস্তুত কৰি চলাই গৈছিল অবৈধ ব্যৱসায় ৷

চতিয়া পানপুৰত উচ্ছেদ চুলাইৰ ঘাটি

যাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসন,গাঁওবাসীৰ সকিয়নিক গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ অঞ্চলটোৰ যুৱ সমাজে চুলাইৰ ঘাটি সমূহৰ উচ্চেদ অভিযান চলায় ৷

আৰু পঢ়কঃ অখিল গগৈৰ জামিন আবেদন মঞ্জুৰ আদালতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.