ETV Bharat / state

তাপী মিৰাৰ সন্ধানত আৰম্ভ ভাৰতীয় সেনাৰ অভিযান - Mountaineer Tapi Mira missing

বিগত এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী পৰ্বতাৰোহী তাপী মিৰাক বিচাৰি ভাৰতীয় সেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে (Army rescue operation in search of Tapi Mira)। তেজপুৰ গজৰাজ ক'ৰ্পছৰ ৪ খন হেলিকপ্টাৰো উদ্ধাৰ অভিযানৰ বাবে সাজু কৰি ৰখা হৈছে । পূব কামেং জিলাৰ ক্যাৰিসতম নামৰ পৰ্বতৰ সমীপৰ পৰা নিৰুদ্দেশ পৰ্বতাৰোহীজন ।

Tapi Mira
তাপী মিৰাৰ সন্ধানত আৰম্ভ ভাৰতীয় সেনাৰ অভিযান
author img

By

Published : Aug 31, 2022, 10:00 AM IST

  • পৰ্বতাৰোহী তাপী মিৰাক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ
  • ভাৰতীয় সেনাই আৰম্ভ কৰিছে অৰুণাচলৰ পৰ্বতাৰোহীক বিচাৰি অভিযান
  • তেজপুৰ গজৰাজ ক'ৰ্পছৰ ৪ খন হেলিকপ্টাৰো সাজু উদ্ধাৰ অভিযানৰ বাবে
  • বিগত প্ৰায় ১ সপ্তাহ ধৰি সন্ধান নাই তাপী মিৰাৰ
  • এটা দুৰ্গম অঞ্চলত পৰ্বতাৰোহণ কৰিবলৈ গৈছিল তাপী মিৰা
  • অৰুণাচল প্ৰদেশ প্ৰশাসনেও গুৰুত্ব সহকাৰে লৈছে বিষয়টো
  • তাপী মিৰা অৰুণাচল প্ৰদেশৰ প্ৰথম পৰ্বতাৰোহী
  • Khyarw অঞ্চলৰ পৰা পৰ্টাৰ নিকো দাও নামৰ আন এজনো নিৰুদ্দেশ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.