ETV Bharat / state

নিষ্ঠা আৰু সততাৰ এক উজ্বল নিদৰ্শন ভূপেন চন্দ্ৰ ওজা

ভূপেন চন্দ্ৰ ওজা অঞ্চলটোৰ বিভিন্ন সামাজিক কৰ্মত জড়িত হৈ থকাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিৰ উপ- সভাপতিৰ দ্বায়িত্বত আছে ৷ ভূপেন চন্দ্ৰ ওজাৰ এনে পদক্ষেপক অঞ্চলটোৰ সচেতন ৰাইজে শলাগ লৈছে ৷

author img

By

Published : Mar 16, 2019, 4:27 AM IST

নিষ্ঠা আৰু সততাৰ এক উজ্বল নিদৰ্শন ভূপেন চন্দ্ৰ ওজা

তেজপুৰ, 15মাৰ্চঃ যি সময়ত গ্ৰামাঞ্চলত বিভিন্ন উন্নয়নমূলক কামৰ বাবে আবন্টিত ধন একাংশই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে, তেনে সময়তেএনৰেগাৰ ৰাহি হোৱা ধন খণ্ডউন্নয়ন বিষয়াক ওভতাই দি সততাৰ পৰিচয় দিলে শোনিতপুৰ জিলাৰ চতিয়াৰ বাহবৰীয়াচুক গাঁৱৰ নিৱাসী ভূপেন চন্দ্ৰ ওজাই ৷

নিষ্ঠা আৰু সততাৰ এক উজ্বল নিদৰ্শন ভূপেন চন্দ্ৰ ওজা

উল্লেখ্য যেপূব বৰভগীয়া গাঁও পঞ্চায়তৰ বাহবৰীয়াচুক নামঘৰ চৌহদৰ চাৰিসীমাৰ পকী দেৱাল নিৰ্মাণৰ লগতে চৌহদৰ ভূমি উন্নয়নৰ বাবে মুঠ পাঁচ লাখ টকা পঞ্চায়তে আবন্টন দিছিল আৰু মেট হিচাপে কামৰদায়িত্ব লাভ কৰিছিলভূপেন চন্দ ওজাই ৷ ওজাই নামঘৰ চৌহদৰ 380ফুট দীঘল 7ফুট ওখ পকী দেৱালয়ৰ লগতে ভূমি উন্নয়নৰ কাম সম্পূৰ্ণকৰি ৰাহি কৰে এক লাখ শত্তৰ হাজাৰ টকা ৷ ৰাহি হোৱা উক্ত ধন ওজাই নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীব বৰাৰ হাতত ওভতাই দি সম্প্ৰতি চলি থকা দুৰ্নীতি ,অনিয়মৰ বিপৰীতে সততাৰ বিৰল নিদৰ্শন দাঙি ধৰে৷ উল্লেখনীয় যে ভূপেন চন্দ্ৰ ওজা অঞ্চলটোৰ বিভিন্ন সামাজিক কৰ্মত জড়িত হৈ থকাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিৰ উপ- সভাপতিৰ দায়িত্ব পালন কৰি আহিছে ৷

Slug:  : নিষ্ঠা আৰু সততাৰ এক নিদৰ্শন ৷
Anchor  চতিয়া/ তেজপুৰ : এনৰেগাৰ ৰাহিহোৱা ধন  খন্দ উন্নয়ন বিষয়াক ঘুৰাই দি সততাৰ পৰিচয় দিলে এইখন অসম মুলকতে ৷
V/O  : যি সময়ত গ্ৰামাঞ্চলৰ মেৰামতিৰ লগতে বিভিন্ন উন্নয়ন মূলক কামৰ বাবে আৱন্টিত এনৰেগা আচনিৰ ধন একাংশই  আত্মসাৎ কৰি অহাৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখলকৰি আহিছে সেই সময়তে উন্নয়নমুলক কামৰ তদাৰক তথা মেটৰ দ্বায়িত্ব লাভ কৰি ৰাহি হোৱা ধন ওভোটাই দি নিষ্ঠা আৰু সততাৰ পৰিচয় দিবলৈ সক্ষম হৈছে এই গৰাকী ব্যক্তিয়ে ৷ 
V/O 1: শোনিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ বাহবৰীয়াচুক গাৱৰ নিৱাসী সমাজকৰ্মী ভূপেন চন্দ্ৰ ওজাই নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উন্নয়ন পূজিৰ ৰাহিহোৱা ধন ওভোটাই দি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷ উল্লেখ যে পূব বৰভগীয়া গাও পঞ্চায়তৰ বাহবৰীয়াচুক নামঘৰ চৌহদৰ চাৰিসীমাৰ পকীদেৱাল নিৰ্মানৰ লগতে চৌহদৰ ভূমি উন্নয়নৰ বাবে মূঠ পাচ লাখ টকা পঞ্চায়তে আবন্টন দিয়ে আৰু উন্নয়নমূলক কামটোৰ সম্পূৰ্ণ তদাৰক আৰু মেটৰ দায়িত্ব লাভ কৰে ভূপেন চন্দ ওজাই ৷ আনহাতে ওজাই পাঁচ লাখ টকাৰ নামঘৰ চৌহদৰ 380 ফুট দীঘল ৭ফুট ওখ পকী দেৱালয়ৰ লগতে ভূমি উন্নয়নৰ কাম সম্পূণ কৰি ৰাহি কৰে মূঠ এক লাখ শত্তৰ হাজাৰ টকা ৷ ৰাহি হোৱা উক্ত ধন ওজাই নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ডউন্নয়ন বিষয়া ৰাজীব বৰাৰ হাতত ঘুৰাই দি সম্প্ৰতি চলি থকা দূৰ্নীতি ,অনিয়মৰ বিৰুদ্ধে এক সততা,সৰলতাৰ নিদৰ্শণ দাঙি ধৰে ৷উল্লেখনীয় যে ভূপেন চন্দ্ৰ ওজা অঞ্চলটোৰ বিভিন্ন সামাজিক কৰ্মত জড়িত হৈ থকাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিৰ উপ- সভাপতিৰ দ্বায়িত্বত আছে ৷ ভূপেন চন্দ্ৰ ওজাৰ এনে পদক্ষেপক অঞ্চলটোৰ সচেতন ৰাইজে একমুখে  সলাগ লৈছে ৷
Byte 1:  নদুৱাৰ খণ্দ উন্নয়ন বিষয়া ৷
Byte 2  : ভূপেন চন্দ্ৰ ওজা ৷
  ---------------------------------------
 চতিয়াৰ পৰা প্ৰাণশংকৰ ভূঞাৰ সহযোগত প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম ,তেজপুৰ ৷
    ১৫/৩/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.