তেজপুৰ, 12 আগষ্টঃ সোমবাৰে বিয়লি অহা প্ৰচণ্ড ধুমুহা বৰষুণে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে তেজপুৰ জিলাতো বিস্তৰ ক্ষতি সাধন কৰে ৷ জিলাখনৰ দাঁতি কাষৰীয়া শালনিবাৰী,বেচেৰীয়া,ডিপোটা,বিহগুৰিত পশুধন আহত হোৱাৰ লগতে ধুমুহাৰ ফলত গছ বাগৰি পৰি কেইবাখনো যান বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পাঁচ জনকৈ লোক আহত হয় ৷ ডিপোটাৰ ৰাধিকাপুৰত গছ বাগৰি এখন যাত্ৰীবাহী টেম্পুৰ চাৰিজন লোকসহ দুটি শিশু আহত হোৱাৰ বিপৰীতে শালনিবাৰীৰত এখন চুইফ ডিজায়াৰত গছ বাগৰি পৰাত জিতেন ভূঞা নামৰ এজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ ইফালে ছাগলী আহতৰ তলত গছ বাগৰি আন এখন টেম্পু ধ্বংস হোৱাৰ লগতে সমগ্ৰ পথ বন্ধ হৈ পৰে ৷ এনে পৰিস্থিতিত প্ৰশাসনে সমগ্ৰ জিলাখনত বিদ্যুৎ সেৱা বন্ধ কৰি ৰাখিছে ৷
প্ৰচণ্ড ধুমুহা বৰষুণঃ তেজপুৰত বিস্তৰ ক্ষতি সাধন - জিতেন ভূঞা
সোমবাৰে বিয়লি অহা প্ৰচণ্ড ধুমুহা বৰষুণে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে তেজপুৰ জিলাতো বিস্তৰ ক্ষতি সাধন কৰে,গছ বাগৰি কেইবাখনো যান বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পাঁচ জনকৈ লোক আহত
তেজপুৰ, 12 আগষ্টঃ সোমবাৰে বিয়লি অহা প্ৰচণ্ড ধুমুহা বৰষুণে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে তেজপুৰ জিলাতো বিস্তৰ ক্ষতি সাধন কৰে ৷ জিলাখনৰ দাঁতি কাষৰীয়া শালনিবাৰী,বেচেৰীয়া,ডিপোটা,বিহগুৰিত পশুধন আহত হোৱাৰ লগতে ধুমুহাৰ ফলত গছ বাগৰি পৰি কেইবাখনো যান বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পাঁচ জনকৈ লোক আহত হয় ৷ ডিপোটাৰ ৰাধিকাপুৰত গছ বাগৰি এখন যাত্ৰীবাহী টেম্পুৰ চাৰিজন লোকসহ দুটি শিশু আহত হোৱাৰ বিপৰীতে শালনিবাৰীৰত এখন চুইফ ডিজায়াৰত গছ বাগৰি পৰাত জিতেন ভূঞা নামৰ এজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ ইফালে ছাগলী আহতৰ তলত গছ বাগৰি আন এখন টেম্পু ধ্বংস হোৱাৰ লগতে সমগ্ৰ পথ বন্ধ হৈ পৰে ৷ এনে পৰিস্থিতিত প্ৰশাসনে সমগ্ৰ জিলাখনত বিদ্যুৎ সেৱা বন্ধ কৰি ৰাখিছে ৷
তেজপুৰ,১২ আগষ্ট : তেজপুৰত ভয়ংকৰ প্ৰাকৃতিক দোৰ্যোগ ৷ আজি সন্ধিয় প্ৰায় ৫:১৫ বজাত অহা প্ৰলয়ংকৰ বতাহ বৰষুনৰ লগতে বিজুলিৰ ফলত চহৰৰ দাতি কাষৰীয়া শালনিবাৰী, বেচেৰীয়া, ডিপোটা, বিহগুৰি ছাগলী আহত আদি অঞ্চলত ধুমুহাৰ ফলত গছ বাগৰি কেবাখনো গাড়ী ক্ষতি গ্ৰষ্ট হোৱাৰ লগতে পাঁচ জন কৈ লোক আহত হয় ৷
Body:ডিপোটাৰ ৰাধিকাপুৰত গছ বাগৰি এখন যাত্ৰীবাহি টেম্পুৰ চাৰিজন লোক দুটি সন্তান সহ আহত হয়৷
আনহাতে শালনিবাৰীৰ বৰযাৰ গাওঁত এখন চুইফ ডিজায়াৰত গছ বাগৰি পৰাত আৰোহী জন কথম্পি ৰক্ষা পৰে জিতেন ভুঞা নামৰ লোক জন ৷
Conclusion:ইফালে ছাগলী আহতৰ তলত গছ বাগৰী আন এখন টেম্পু ধ্বংস হোৱাৰ ফলত সমগ্ৰ পথ বাতৰি লিখা সময়লৈকে বন্ধ হৈ থাকে ৷ একে পৰিস্থিতি তেজপুৰ বেচেৰিয়াতো ৷ প্ৰশাসনৰ লোকে পথ সমূহ মুকলি কৰি আছে ৷ আনহাতে বৰ্তমান তেজপুৰত উক্ত অঞ্চলত অন্ধকাৰ ৷
Pranab kumar Das
Tezpur
12/8/19