ETV Bharat / state

আৰক্ষী উপ মহা পৰিদৰ্শক লাচিত বৰুৱাৰ সৈতে ইটিভি ভাৰতৰ এক সুকীয়া সাক্ষাৎকাৰ

author img

By

Published : Aug 5, 2019, 6:25 PM IST

ইটিভি ভাৰতৰ লগত হোৱা এক সুকীয়া সাক্ষাৎকাৰত আৰক্ষী উপ মহা পৰিদৰ্শক লাচিত বৰুৱাই কয় যে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উত্তৰ অসমৰ নৰ্ডান ৰেঞ্জৰ প্ৰতিখন জিলাৰ সুৰক্ষাৰ বাবে আৰক্ষী লগতে অন্যান্য সুৰক্ষা বাহিনী সষ্টম হৈ আছে ৷

আৰক্ষী উপ মহা পৰিদৰ্শক লাচিত বৰুৱাৰ সৈতে ইটিভি ভাৰতৰ এক সুকীয়া সাক্ষাৎকাৰ

তেজপুৰ,৫ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ অসমৰ নৰ্ডান ৰেঞ্জৰ অধীনত 4 খন জিলাত সষ্টম আৰক্ষী প্ৰশাসন। আগন্তক সময়ছোৱাত যি কোনো ধৰণৰ কূটাঘাত মূলক কার্য পন্থাক ৰোধিবলৈ এলাৰ্ট জাৰি কৰা হৈছে নৰ্ডান ৰেঞ্জৰ জিলা কেইখনত ৷ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে নৰ্ডান ৰেঞ্জৰ অধীনষ্ঠ শোণিতপুৰ,বিশ্বনাথ,লখিমপুৰ আৰু ধেমাজি জিলাত ৷ ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আৰক্ষী উপ-মহাপৰিদৰ্শক লাচিত বৰুৱাই কয় যে এই ৰেঞ্জৰ প্ৰতিখন জিলাৰ সুৰক্ষাৰ বাবে আৰক্ষী আৰু অন্যান্য সুৰক্ষা বাহিনী সষ্টম কৰি ৰখা হৈছে। ৰাজ্যত সম্প্ৰতি যি জেহাদী কাৰ্যকলাপ বৃদ্ধি পাইছে এই বিষয়ে আৰক্ষী শীৰ্ষ বিভাগৰ এলাৰ্ট জাৰি কৰাৰ লগতেৃ প্ৰতি খন জিলাৰ আৰক্ষী অধীক্ষক সকলক নিৰ্দেশনা জাৰি কৰিছে বুলি জানিবলৈ দিয়ে । এই 4 খন জিলাত বৰ্তমান কোনো ধৰণৰ এনে কাৰ্যপন্থাৰ সন্দেহৰ অৱকাশ নাই যদিও আৰক্ষী আৰু সুৰক্ষাকৰ্মী যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰস্তুত আছে ৷

Intro:EXCLUSIVE INTERVIEW ।

তেজপুৰ,৫ আগষ্ট : স্বাধীনতা দিৱস ৰ প্ৰাকক্ষণত সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ অসমৰ নৰদান ৰেঞ্জৰ অধীনত 4 খন জিলা ত সষ্টম আৰক্ষী প্ৰশাসন । আগুণটোক সময়ছোৱা ত যি কোনো ধৰণৰ কূটাঘাট মূলক কার্য পন্থাক ৰোধিবলৈ এলাৰ্ট নৰদান ৰেঞ্জৰ জিলা কেইখন, এই তথ্য নৰদান ৰেঞ্জৰ আৰক্ষী উপ মহা পৰিদৰ্শক লাচিত বৰুৱাৰ । শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ নিৰাপত্তা সম্পূৰ্ণ কটকটীয়া ৰখা হৈছে ।

Body:ইটিভি ভাৰত ৰ লগত হোৱা এক সুকীয়া সাক্ষাৎ কাৰত
আৰক্ষী উপ মহা পৰিদৰ্শক লাচিত বৰুৱাই কয় যে এই
ৰেঞ্জৰ প্ৰতি খন জিলাৰ আৰক্ষী আৰু অন্যান্য সুৰক্ষা বাহিনী সষ্টম ।ৰাজ্যত সম্প্ৰতি যি জেহাদী কাৰ্য্য কলাপ বৃদ্ধি পাইছে এই বিষয়ে আৰক্ষী শীৰ্ষ বিভাগৰ পৰা পোৱা এলাৰ্ট জাৰি ইতিমধ্যে হৈছে আৰু তাৰ সমান্তৰাল ভাৱে প্ৰতি খন জিলাৰ আৰক্ষী অধীক্ষক সমূহক নিৰ্দেশনা জাৰি কৰিছে বুলি জানিব দিয়ে । এই 4 খন জিলাত বৰ্তমান কোনো ধৰণৰ এনে কাৰ্য্য পন্থাৰ সন্দেহ ৰ অৱকাশ নাই যদিও আৰক্ষী আৰু সুৰক্ষা কৰ্মী যিকোনো পৰিস্থিতি সাপেক্ষে প্ৰস্তুত ।
আনহাতে সমগ্ৰ অসম ৰ লগতে এই 4 খন জিলাৰ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনীৰ সৰহ সংখ্যক জাম্মু কাশ্মীৰৰ
উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে মোটায়ন কৰা হৈছে আৰু ইয়াৰ বাবে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা ত ব্যাঘাত নজন্মে বুলিও তেওঁ কয় ।
BITE: DIG NR Lachit Baruah ।

Conclusion:উল্লেখযোগ্য যে শোণিতপুৰৰ লগতে বিশ্বনাথ জিলাটো উগ্ৰপন্থী সংগঠন এন ,ডি ,অফ ,বি , ৰ কাৰ্য্য কলাপৰ পৰা কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় যদিও , কাৰণ 2014 চনৰ এন ,ডি ,অফ ,বি , ৰ নাৰসংহাৰ ৰ পিছত সুৰক্ষা কৰ্মীয়ে বহুতো মষিমূৰ কিৰিছে বুলি জানিব দিয়ে ।
এক বিশেষ সূত্ৰত জানিব পৰা মতে শোণিতপুৰ জিলাত আগুণটোক 15 আগষ্ট ৰ ভিতৰত এন ,ডি ,অফ ,বি , ৰ কেইজনমান সক্ৰিয় সদস্য ই আত্মসমৰ্পণ কৰাৰ অৱকাশ আছে বুলি জানিব পৰা গৈছে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৫/৮/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.