ETV Bharat / state

গহপুৰত খাৰৈ নদীৰ খহনীয়া - assam news

নিশাৰ ভিতৰতে বাঢ়ি অহা খাৰৈ নদীৰ বাঢ়নী পানীয়ে প্ৰায় দহ ফুট খহাই পকীপথৰ কাষ চপাত হাহাকাৰ লাগে গাঁওবাসীৰ মাজত ৷ প্ৰায় বিশ খন গাৱৰ সংযোগী গহপুৰৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিকল্প পথ হিচাপে পৰিচিত হাৱাজান সংযোগী গড়কাপ্তানী পথ

গহপুৰত খাৰৈ নদীৰ খহনীয়া
author img

By

Published : Jul 10, 2019, 3:05 PM IST

তেজপুৰ,১০ জুলাই: গহপুৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কালৰূপ ধাৰণ কৰা সমান্তৰালকৈ এইবাৰ খাৰৈ নদীয়ে নিদ্ৰা হৰিছে ৰাইজৰ ৷ খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে নিজেই গছৰ ডাল, বাঁহ পুতি হাতেকামে লাগি খহনীয়া ৰোধৰ চেষ্টা চলায় । নিশাৰ ভিতৰতে বাঢ়ি অহা খাৰৈ নদীৰ বাঢ়নী পানীয়ে প্ৰায় দহ ফুট খহাই পকীপথৰ কাষ চপাত হাহাকাৰ লাগে গাঁওবাসীৰ মাজত ৷ প্ৰায় বিশ খন গাৱৰ সংযোগী গহপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিকল্প পথ হিচাপে পৰিচিত হাৱাজান সংযোগী গড়কাপ্তানি পথ ৷

গহপুৰত খাৰৈ নদীৰ খহনীয়া

আনহাতে, প্ৰশাসন তথা জনপ্ৰতিনিধিয়ে যদিহে শীঘ্ৰে খহনীয়া ৰোধৰ চেষ্টা নকৰে তেন্তে বিপদত পৰিব বৰাচুক,শলামৰা,পিছলা,নাম পিছলা, খাৰৈগুৰি আদি অঞ্চলৰ ৰাইজ ৷

Intro:গহপুৰত খাৰৈ নদীৰ গৰা খহনীয়া=খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে গহপুৰ _হাৱাজান সংযোগী গড়কাপ্তানি পথ ৷

তেজপুৰ,১০ জুলাই: গহপুৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কালৰূপ ধাৰন কৰা সমান্তৰালকৈ এইবাৰ খাৰৈ নদীয়ে নিদ্ৰা হৰিছে ৷

Body:গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে নিজেই গছৰ ডাল , বাঁহ আদি পুতি হাতেকামে লাগিছে।এইয়া গহপুৰৰ পৰা হাৱাজান সংযোগী পথৰ দৃশ্য ৷ নিশাৰ ভিতৰত বাঢ়ি অহা খাৰৈ নদীৰ বাঢ়নী পানীয়ে প্ৰায় দহ ফুট খহাই পকীপথৰ ওচৰ পোৱাৰ লগে লগে হাহাকাৰ লাগে গাওঁ সমুহত ৷প্ৰায় বিশ খন গাৱৰ সংযোগী এই পথটো হৈছে গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিকল্প পথ ৷ যদি হে প্ৰশাসন জনপ্ৰতিনিধিয়ে খহনীয়া ৰোধৰ চেষ্টা নকৰে তেন্তে বিপদত পৰিব বৰাচুক , শলামৰা , পিছলা , নাম পিছলা , খাৰৈগুৰি আদি অঞ্চলৰ ৰাইজ ৷
Byte=1,স্থানীয় Conclusion:যদি হে প্ৰশাসন জনপ্ৰতিনিধিয়ে খহনীয়া ৰোধৰ চেষ্টা নকৰে তেন্তে বিপদত পৰিব বৰাচুক , শলামৰা , পিছলা , নাম পিছলা , খাৰৈগুৰি আদি অঞ্চলৰ ৰাইজ ৷

প্ৰণৱ কুমাৰ দাস ৷
তেজপুৰ
২০/৭/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.