ETV Bharat / state

EIA আৰু CAA বাতিলৰ দাবীৰে শোণিতপুৰত মানৱ শৃংখল কাৰ্যসূচী - Environment Impect Assesment

প্ৰতিবাদকাৰীসকলে ৰাজপথত বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে থলুৱাক মাত মতাৰ পৰা বঞ্চিত কৰি যি আইন প্ৰণয়ন কৰিবলৈ চেষ্টা কৰিছে এইয়া গ্রহণযোগ্য নহয় বুলি মন্তব্য কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি বিশ্বজিৎ কলিতাই ৷

EIA and CAA protest at Sonitpur
EIA আৰু CAA বাতিলৰ দাবীত শোণিতপুৰত মানৱ শৃংখল কাৰ্যসূচী
author img

By

Published : Aug 21, 2020, 7:52 PM IST

তেজপুৰ,২১ আগষ্ট: Environment Impect Assesment 2020 ৰ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত শুকুৰবাৰে শোণিতপুৰ জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেজপুৰ ট্ৰিবেণী চাৰি আলীত মানৱ শৃংখল উলিয়াই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ফলশ্ৰুতিত প্ৰায় ১ ঘণ্টা ধৰি তেজপুৰ চহৰত প্ৰৱেশ কৰা সকলো যান-বাহনৰ চলাচল বন্ধ হৈ পৰে । কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব বিচৰা নতুন উদ্যোগ নীতিৰ বাবে ক্ষোভিত হৈ পৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷

লগতে পঢ়কঃ অৰুণাচলৰ চাংলাঙত এনএছচিএনৰ কেডাৰ আটক

প্ৰতিবাদকাৰীসকলে ৰাজপথত বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে থলুৱাক মাত মতাৰ পৰা বঞ্চিত কৰি যি আইন প্ৰণয়ন কৰিবলৈ চেষ্টা কৰিছে এইয়া গ্রহণযোগ্য নহয় বুলি মন্তব্য কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি বিশ্বজিৎ কলিতাই ৷

তেজপুৰ,২১ আগষ্ট: Environment Impect Assesment 2020 ৰ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত শুকুৰবাৰে শোণিতপুৰ জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেজপুৰ ট্ৰিবেণী চাৰি আলীত মানৱ শৃংখল উলিয়াই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ফলশ্ৰুতিত প্ৰায় ১ ঘণ্টা ধৰি তেজপুৰ চহৰত প্ৰৱেশ কৰা সকলো যান-বাহনৰ চলাচল বন্ধ হৈ পৰে । কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব বিচৰা নতুন উদ্যোগ নীতিৰ বাবে ক্ষোভিত হৈ পৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷

লগতে পঢ়কঃ অৰুণাচলৰ চাংলাঙত এনএছচিএনৰ কেডাৰ আটক

প্ৰতিবাদকাৰীসকলে ৰাজপথত বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে থলুৱাক মাত মতাৰ পৰা বঞ্চিত কৰি যি আইন প্ৰণয়ন কৰিবলৈ চেষ্টা কৰিছে এইয়া গ্রহণযোগ্য নহয় বুলি মন্তব্য কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি বিশ্বজিৎ কলিতাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.