ETV Bharat / state

ডি কে পাটনায়কে পৰিদৰ্শন কৰিলে পাছিঘাটৰ এডভান্স লেংডিং গ্ৰাউণ্ড - ভাৰতীয় বায়ুসেনা

ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ এয়াৰ অফিচাৰ ইন কামণ্ডিং ডি কে পাটনায়কে শনিবাৰে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ এডভান্স লেংডিং গ্ৰাউণ্ড পৰিদৰ্শন কৰে । ইয়াৰ পাচতে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ বায়ুসেনাৰ এডভান্স লেণ্ডিঙৰ লগত জড়িত বায়ুসেনাৰ বিষয়া সকলৰ লগত এক আলোচনাত মিলিত হয় ৷

Advance Langding Ground in Pasighat
ডি কে পাটনায়কে পৰিদৰ্শন কৰিলে পাছিঘাটৰ এডভান্স লেংডিং গ্ৰাউণ্ড
author img

By

Published : Oct 23, 2021, 10:09 PM IST

তেজপুৰ, ২৩ অক্টোবৰ: ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ এয়াৰ অফিচাৰ ইন কামণ্ডিং ডি কে পাটনায়কে শনিবাৰে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন কৰে । ইয়াৰ পাচতে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ বায়ুসেনাৰ এডভান্স লেংডিঙৰ লগত জড়িত বায়ুসেনাৰ বিষয়া সকলৰ লগত এক আলোচনা মিলিত হয় ৷

আলোচনা চক্ৰত পূৱ অৰুণাচল প্ৰদেশৰ পৰা অন্যান্য ঠাইলৈ সংযোগ স্থাপনৰ লগতে পাছিঘাটৰ গ্ৰাউণ্ডৰ পৰা অপাৰেচন কৰিব পৰা সম্ভাৱ্য দিশ সমূহৰ ওপৰত আলোচনা কৰা হয় ৷ কামাণ্ডাৰ গৰাকীৰ পাছিঘাট ভ্ৰমণৰ সন্দৰ্ভত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ শ্ৰীপ্ৰকাশ জেয়ে জনায় যে, ইতিমধ্যে এয়াৰ অফিচাৰ কামাণ্ডাৰ গৰাকীয়ে বায়ুসেনাৰ উন্নত প্ৰযুক্তিৰ কৌশল সমূহ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে ।

Advance Langding Ground in Pasighat
ডি কে পাটনায়কে পৰিদৰ্শন কৰিলে পাছিঘাটৰ এডভান্স লেংডিং গ্ৰাউণ্ড

যুদ্ধকালীন প্ৰস্তুতি আৰু কম সময়ৰ ভিতৰতে কাৰ্যক্ষম কৰিব পৰাকৈ উন্নত প্ৰযুক্তিৰ কৌশলসমূহ সাজু কৰিবলৈ আহ্বান জনাই কামাণ্ডাৰ গৰাকীয়ে ৷

আনহাতে, ক'ভিড-১৯ ৰ সময়ত বায়ুসেনাৰ বিমান সমূহে আৰু পাইলটৰ অৱদান সমূহৰ শলাগ লয় ৷ উল্লেখ্য যে, বায়ুসেনাৰ বিষয়া গৰাকীয়ে শনিবাৰে তিনিখন বায়ুসেনাৰ চাউনি পৰিদৰ্শন কৰে ৷ চাবুৱা, দিনজান আৰু মোহনবাৰী বায়ুসেনাৰ ঘাটি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক: অৱশেষত উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অজাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.