ETV Bharat / state

নিৰ্বাচন ফলাফল ঘোষণা ক্ষেত্ৰত তেজপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ

author img

By

Published : Apr 30, 2021, 7:34 AM IST

2 মে'ত অনুষ্ঠিত হʼবলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচত কোনো বিজয়ী প্ৰাৰ্থী বা ৰাজনৈতিক দলে বিজয় সমদল উলিওৱাৰ ক্ষেত্ৰত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ 144 ধাৰাৰ অধীনত নিষাধাজ্ঞা আৰোপ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ।

নিৰ্বাচন ফলাফল ঘোষণা ক্ষেত্ৰত তেজপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ
নিৰ্বাচন ফলাফল ঘোষণা ক্ষেত্ৰত তেজপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ

তেজপুৰ, 30 এপ্ৰিল: 2মে'ত অনুষ্ঠিত হʼবলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কোনো বিজয়ী প্ৰাৰ্থী বা ৰাজনৈতিক দলে বিজয় সমদল উলিওৱাৰ ক্ষেত্ৰত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ 144 ধাৰাৰ অধীনত নিষাধাজ্ঞা আৰোপ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ।

ইয়াৰ উপৰিও ফলাফল ঘোষণাৰ হোৱাৰ পাছত বিজয়ী প্ৰাৰ্থী বা তেওঁৰ প্ৰতিনিধিয়ে ৰিটাৰ্ণিং বিষয়াৰ পৰা প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাৰ সময়ত লগত দুজনতকৈ অধিক ব্যক্তি লগত থাকিব নোৱাৰিব বুলি এক নিৰ্দেশ জাৰি কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ।

দেশ তথা ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো ক’ভিড-19 ৰ দ্ৰুত গতিত সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু এই ক্ষেত্ৰত ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা নিয়মাৱলীৰ ভিত্তিত জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: ভোট গণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.