ETV Bharat / state

চতিয়াত বৃহৎ সংখ্যক অবৈধ চিলিণ্ডাৰ জব্দ - নদুৱাৰ ৰাজহ চক্ৰ

দেওবাৰে বৃহত্তৰ জামুগুৰি অঞ্চলৰ কেইবাটাও স্থানৰ পৰা অসাধু ব্যৱসায়ীসকলে মজুত কৰি ৰখা ৬৩ টাকৈ চিলিণ্ডাৰ, যোগান বিভাগে জব্দ কৰে ৷ যোগান বিভাগৰ এই অভিযানত খাদ্য আৰু যোগান পৰিদৰ্শক বিকাশ দাসৰ লগত উপস্থিত থাকে নদুৱাৰ ৰাজহ চক্ৰৰ অতিৰিক্ত চক্ৰ বিষয়া মন্টুছ চক্ৰৱৰ্তী ৷

Cylinder seized at Satiya
চতিয়াত বৃহৎ সংখ্যক অবৈধ চিলিণ্ডাৰ জব্দ
author img

By

Published : Apr 19, 2020, 8:49 PM IST

চতিয়া,১৯ এপ্ৰিলঃ লক ডাউনৰ মাজতে চতিয়াত জব্দ বৃহৎ সংখ্যক অবৈধ চিলিণ্ডাৰ ৷ দেওবাৰে বৃহত্তৰ জামুগুৰি অঞ্চলৰ কেইবাটাও স্থানৰ পৰা অসাধু ব্যৱসায়ীসকলে মজুত কৰি ৰখা ৬৩ টাকৈ চিলিণ্ডাৰ যোগান বিভাগে জব্দ কৰে ৷ উল্লেখ্য যে,এক গোপন সূত্ৰৰ পম খেদি যোগান বিভাগে ইটাখোলাৰ দেৱমণি শইকীয়া নামৰ ব্যৱসায়ী জনে মজুত কৰি ৰক্ষা ১৮ টা ইণ্ডেন চিলিণ্ডাৰৰ লগতে ৰঙাচকুৱাৰ নিকটৱৰ্ত্তী 2 নং বাটমাৰীৰ ফণিৰাজ নেৱাৰ নামৰ ব্যৱসায়ীজনৰ ঘৰৰ পৰা ৪৫ টা ইণ্ডেন গেছৰ চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ যোগান বিভাগৰ এই অভিযানত খাদ্য আৰু যোগান পৰিদৰ্শক বিকাশ দাসৰ লগত উপস্থিত থাকে নদুৱাৰ ৰাজহ চক্ৰৰ অতিৰিক্ত চক্ৰ বিষয়া মন্টুছ চক্ৰৱৰ্তী ৷

চতিয়াত বৃহৎ সংখ্যক অবৈধ চিলিণ্ডাৰ জব্দ

লগতে পঢ়ক-গোসাইগাঁৱত প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাত বিস্তৰ ক্ষতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.